• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ মাৰ্চৰ পৰা গুৱাহাটীত ‘থিয়েটাৰ অলিম্পিক’ নাট্য মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 9:31 am
Theatre-Olympics-Guwahati
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নাট্যপ্ৰেমীৰ বাবে সুখবৰ। বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ ‘থিয়েটাৰ অলিম্পিক’ ২০১৮ৰ অংশ হ’বলৈ ওলাইছে অসমৰ প্ৰধান চহৰ গুৱাহাটী।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত ভাৰতত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা ‘থিয়েটাৰ অলিম্পিক’ৰ সহ আয়োজক হিচাপে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে গুৱাহাটী মহানগৰে।

Apply Now

ভাৰতৰ ১৭ খন চহৰত অনুষ্ঠিত হ’বলগীয়া নাট্য মহোৎসৱত গুৱাহাটী শাখাৰ নাট সমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

পোন্ধৰ দিনীয়াকৈ আয়োজিত উক্ত নাট মহোৎসৱত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ১৫ খন নাটক মঞ্চস্থ কৰা হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ নেতৃত্বত তথা অসম চৰকাৰৰ সহযোগত অনুষ্ঠিতব্য উক্ত নাট মহোৎসৱ ১১ মাৰ্চৰ সন্ধিয়া শুভউদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, বিশিষ্ট পৰিচালক জাহ্নু বৰুৱা, নৃত্যাচাৰ্য যতীন গোস্বামী আৰু মুখ্য সচিব টি ৱাই দাস।

‘থিয়েটাৰ অলিম্পিক’ সন্দৰ্ভত অভিনেতা প্ৰাঞ্জল শইকীয়াই মঙলবাৰে সংবাদমেল যোগে কয়-‘এই বৃহৎ নাট্য মহোৎসৱত অসমৰ মুঠ ১১ খন নাটক মঞ্ছস্থ হ’ব আৰু সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। গুৱাহাটী শাখাৰ নাট মহোৎসৱত ইজৰাইল, নেপাল আদি কৰি ভাৰতৰ অন্য ঠাইৰ মুঠ ১৫ খন নাট মঞ্চস্থ হ’ব’।

লক্ষ্যণীয় ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই নাট মহোৎসৱখনিৰ যোৱা ১৭ ফেব্ৰুৱাৰিতে দিল্লীৰ লালকিল্লাত শুভাৰম্ভণি হয়। গুৱাহাটীত নাট মঞ্চস্থ কৰাৰ উপৰি কৰ্মশালা, আলোচনা-চক্ৰ, অন্তৰংগ আলাপ আদি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চস্থ হ’বলগীয়া নাট সমূহ দৰ্শকে সম্পূৰ্ণ বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলিও আয়োজকে জনাইছে। দৰ্শকে অনলাইনযোগে insider.inত নাটকৰ টিকট বুক কৰিব পাৰিব।

সংবাদমেলত উপস্থিত থকা অভিনেতা বাহাৰুল ইছলাম, অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে অসমৰ নাট্য প্ৰেমীক নাট সমূহ উপভোগ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd