• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০১-২০১৫-ৰ ভিতৰত নিৰ্মাণ কৰা ৰাজ্যৰ সকলো প্ৰধান পথ শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ মন্ত্ৰী হিমন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 7:30 pm
Himanta
96
VIEWS
Share on FacebookShare on Twitter

২০০১ চনৰ পৰা ২০১৫-লৈ নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰধান পথবিলাকৰ মেৰামতি সোনকালেই সম্পূৰ্ণ কৰিবলৈ আজি গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যৰ বাট–পথ আৰু দলঙৰ উন্নয়নক লৈ বিধায়ক–বিষয়াৰ সৈতে আজি মন্ত্ৰীজনে এখন বৈঠকত মিলিত হওঁতে বিষয়াসকলক এই নিৰ্দেশ দিয়ে। আনহাতে তেওঁ বিধায়কসকলক তেওঁলোকৰ নিজৰ নিজৰ সমষ্টিৰ বাট–পথৰ অৱস্থাৰ এটা খতিয়ান দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই মাহৰ প্ৰথম ভাগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়া আৰু সকলো দলৰ বিধায়কৰ সৈতে ৰাজ্যৰ বাট-পথ আৰু দলঙৰ উন্নীতকৰণ বিষয়টোক লৈ পৃথকে পৃথকে বৈঠকত বহিছিল। তেওঁ তেতিয়া কৈছিল যে ২০২০ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো প্ৰধান পথ পকী কৰা হ’ব। লগতে এবছৰৰ ভিতৰতে ৰাজ্যৰ সকলো কাঠৰ দলং পকী হ’ব আৰু এবছৰৰ পিছত ৰাজ্যত কাঠৰ দলং নাথাকিব বুলি ঘোষণা কৰিছিল।

আজিও মন্ত্ৰীজনে বিষয়াসকলক প্ৰথম পৰ্য্যায়ত ৰাজ্যৰ সকলো কাঠৰ দলং পকী কৰাৰ নিৰ্দেশ দিয়ে।

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰী, বিভাগীয় মন্ত্ৰীয়ে যিমানেই ইটোৰ পিছত সিটো নিৰ্দেশ দি নাথাকক ৰাজ্যৰ বাট-পথ, দলঙৰ মেৰামতি আশানুৰূপ গতিত উন্নত হোৱা নাই। ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে। আনহাতে যিকেইটা বাট-পথৰ মেৰামতি হৈছে তাতো গুণগত মান একেবাৰে বেয়া বুলি অভিযোগ তুলিছে ৰাইজে।

Recent News

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd