• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সদৌ অসম কৰ্মচাৰি পৰিষদৰ ৰাজ্যিক অধিৱেশন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2018 7:40 am
basab kalita
211
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সৌজন্যত অহা ২৮ জানুৱাৰিৰ পৰা ৩০ জানুৱাৰিলৈ মৰিগাঁও চহৰৰ স্থানীয় উচ্চতৰ মাধ্যমিক বহুমুখী  বিদ্যালয়ৰ প্ৰাংগণত সদৌ অসম কৰ্মাচাৰী পৰিষদৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ’ব। ইতিমধ্যে ৰাজ্যিক অধিৱেশন সফল কৰিবলৈ জিলাখনৰ উপায়ুক্ত হেমেন দাসক সভাপতি, ৰমেশ চন্দ্ৰ বৰাক কাৰ্যকৰী সভাপতি আৰু খগেন মহন্তক সম্পাদক হিচাপে লৈ কোইবাখনো উপ-সমিতি গঠন কৰি পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। এই অধিৱেশন উপলক্ষে কৰ্মচাৰী পৰিষদৰ উদ্যোগত বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাব এখন স্মৃতিগ্ৰন্থ।

অধিৱেশনৰ প্ৰথমদিনাৰ কাৰ্যসূচী ৰূপে দিনৰ ২ বজাত কেন্দ্ৰীয় কাৰ্যকৰী সভা, বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। আৰু নিশা অনুষ্ঠিত হ’ব প্ৰতিনিধি সকলৰ সভা। দ্বিতীয় দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰিব সদৌ অসম কৰ্মাচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই। পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ লগতে আৰম্ভ হ’ব বিভিন্ন অনুষ্ঠান। ইয়াৰ পিছতে পৰিষদৰ বিভিন্ন আলাপ আলোচনা চলিব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট্য শিল্পী ৰফিকুল হুছেইনে।

অধিৱেশনৰ সামৰণিৰ দিনা ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰিব বিধায়ক ৰমাকান্ত দেউৰীয়ে। ১১.৩০ বজাত বাসৱ কলিতাৰ সভাপতিত্বত হ’বলগীয়া মুকলি অধিৱেশনৰ আদৰণি ভাষণ ৰাখিব উপায়ুক্ত হেমেন দাসে। এই সভাতে মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি সন্মানীয় অতিথি হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মা, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বহুতো লোক উপস্থিত থাকিব। তদুপৰি উক্ত সভাতে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে অধিৱেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd