• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩২ খন চহৰৰ মাজেৰে মুঠ ৩৫০০ কিঃ মিঃ চাইকেল চলাই গৃহৰাজ্য পালেহি  পেৰা-চাইক্লিষ্ট ৰাকেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 1:26 pm
গঁড় হত্যাৰ সজাগতা সৃষ্টিৰ চেষ্টা পেৰা-চাক্লিষ্ট ৰাকেশ বণিকৰ।

গঁড় হত্যাৰ সজাগতা সৃষ্টিৰ চেষ্টা পেৰা-চাক্লিষ্ট ৰাকেশ বণিকৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ বছৰৰ পূৰ্বে হোৱা এটা দুৰ্ঘটনাত সোঁভৰিটো হেৰুওৱা ৰাকেশ বণিক নামৰ নগাৱঁৰ কলিয়াবৰৰ আমবাগানৰ যুৱকজনে অতুলনীয় আত্মবিশ্বাসৰ জোৰত নিজকে অন্যভাৱে সক্ষম কৰি তুলি দেশৰ ভিতৰতে এজন আগ শাৰীৰ পেৰা-চাক্লিষ্ট হৈ পৰিছিল। পেৰা-চাক্লিষ্ট হিচাপে তেওঁ দেশৰ ভিতৰতে সুনাম আছে। তেওঁৰ মাজত আছে সামাজিক দায়বদ্ধতাও। যোৱা ২৪ ডিচেম্বৰত তেওঁ এই অৱস্থাৰেই থাইলেণ্ডৰ বেংককৰ পৰা আৰম্ভ কৰিছিল ৩,৫০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, যাৰ আঁৰত আছিল অসমৰ বিশ্বখ্যাত এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য।

কেতিয়াও হাৰ নমনা ৩১ বছৰীয়া যুৱকজনে অৱশেষত এই যাত্ৰা সফলভাৱে সম্পন্ন কৰিছে। তেওঁ জনোৱামতে তেওঁ থাইলেণ্ড, ম্যানমাৰ, ভাৰতৰ মুঠ ৩২ খন চহৰ ভ্ৰমণ কৰি আহি কালি পুৱাই অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰীজানত  উপস্থিত হৈছেহি। গোলাঘাট জিলাৰ বোকাজান মহকুমাৰ লাহৰীজানত উপস্থিত হোৱাৰ পিছতেই বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এখন ফুলাম গামোচাৰে তেওঁক আদৰণি জনায়৷

ওভতনি যাত্ৰাৰে গৃহৰাজ্যত ভৰি দিলেহি ৰাকেশে।

গুৱাহাটী অভিমুখী যাত্ৰাপথত বোকাজান নগৰস্থিত কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত গ্ৰন্থমেলাত পেৰা-চাইক্লিষ্টগৰাকী উপস্থিত হোৱাৰ সময়ত গ্ৰন্থমেলাৰ অভ্যৰ্থনা সমিতিয়েও এখন বিহুৱানেৰে আদৰণি জনায়। বিশেষভাৱে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে গ্ৰন্থমেলাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সম্বোধন কৰি গঁড় নিধন ৰোধ কৰা তথা সকলোকে বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। তেওঁ গড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে অন্ধবিশ্বাস জড়িত হৈ থকা বুলি কয়।

মুঠ ৩৫০০ কিলোমিটাৰ পথ “ছেইভ ৰাইন'” বাৰ্তা লৈ চাইকেল চলাই কৰা ৰাকেশ বণিকৰ এই পৰিভ্ৰমণ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব ৷  উল্লেখযোগ্য যে পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে ২০১২ চনৰ ১১জুনত এক দুৰ্ঘটনাত সোঁভৰিখন হেৰুৱাব লগীয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd