DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত অনুষ্ঠিত নৃত্য-গীত আৰু ভাস্কৰ্য শিল্পৰ কৰ্মশালাৰ আজি সামৰণি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 31, 2019 5:50 pm
শিৱসাগৰত অনুষ্ঠিত নৃত্য-গীত আৰু ভাস্কৰ্য শিল্পৰ কৰ্মশালাৰ আজি সামৰণি
535
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত আৰু টাই যাদুঘৰ শিৱসাগৰৰ সহযোগত শিৱসাগৰৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত  গ্ৰীষ্মকালীন বন্ধ উপলক্ষে যোৱা  ২২ জুলাই পৰা ৩১ জুলাই লৈকে ১০ দিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৃত্য, গীত, ভাস্কৰ্য শিল্পৰ কৰ্মশালাৰ আজি আনুষ্ঠানিক ভাৱে সামৰণি পৰে।

কৰ্মশালাখনত জিলাখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উক্ত  কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে মৃণাল বৰা আৰু লক্ষী প্ৰিয়া বৰাই, সংগীত প্ৰশিক্ষণ প্ৰদান কৰে সত্যজিৎ বৰা আৰু বৃষ্টি ৰাণী বৰা। তাৰোপৰি ভাস্কৰ্য প্ৰশিক্ষণ প্ৰদান কৰে বজেন দত্ত আৰু হিৰেণ মিলিয়ে ৷

আজিৰ সামৰণি অনুষ্ঠানত যৌথ শিক্ষক মঞ্চৰ টুটু বৰঠাকুৰ, তাই যাদু ঘৰৰ বিযয়া জে কে গগৈ, আনাতাঁৰ কেন্দ্ৰৰ ৰোহিত মোহন ফুকন, জ্যেষ্ঠ সাংবাদিক সুমশ ডেকা, ৰাজসংঘ ক্লাবৰ সম্পাদক চিন্তামনি বুঢ়াগোহাঁইকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক নাজিম উদ্দিন আহমেদে। অনুষ্ঠানৰ শেষত প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপ্ৰত্ৰ প্ৰদান কৰা হয়।

Recent News

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd