• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়াৰটেলে বৃদ্ধি কৰিব ডাটাৰ মূল্য : কিমান বৃদ্ধি পাব ? কি ক’লে এয়াৰটেলে ? চাওক…

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 8:44 pm
Airtel Thanks app launched in Assamese
618
VIEWS
Share on FacebookShare on Twitter

এয়াৰটেল গ্ৰাহকলৈ দুঃখবৰ, এয়াৰটেলে ইয়াৰ ডাটা পেকৰ মূল্য বৃদ্ধি কৰিব।

১ জিবি এয়াৰটেল ডাটাৰ মূল্যৰ বাবে গ্ৰাহকে ভৰিব লাগিব ১০০ টকাকৈ!

এই ইঙ্গিত দিছে ভাৰতীয় এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে।

মিট্টালে এই ইঙ্গিত দি কয় যে প্ৰতিষ্ঠানটোৱে আগন্তুক ছমাহৰ ভিতৰত কেবাটাও টেৰিফৰ মূল্য বৃদ্ধি কৰিব।

আনকি তেওঁ এয়াৰটেলৰ গ্ৰাহকসকলক এই অতিৰিক্ত খৰচৰ বাবে সাজু থাকিবলৈও আহ্বান জনাইছে।

মিট্টালৰ মতে ১৬০ টকাৰ ১৬ জিবিৰ ডাটাৰ সলনি ইউজাৰে ১.৬০ জিবিহে পোৱা উচিত।

অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ১ জিবি ডাটাৰ বাবে ১০০ টকা নিৰ্ধাৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে ভাৰতী এয়াৰটেলে।

“প্ৰতি মাহে ১.৬ জিবি ডাটাৰ বাবে ১৬০ টকা অথবা আৰু অধিক খৰচ কৰিবলৈ সাজু হওক। আমি আমেৰিকা বা ইউৰোপৰ গ্ৰাহকৰ দৰে চাৰে চাৰি হাজাৰ টকা দি থাকিব নোৱাৰিম। সেয়ে ১৬০ টকাত ১৬ জিবি ডাটা দিয়া আৰু সম্ভৱ নহয়।” সুনীল মিট্টালে কয়।

উল্লেখ্য যে দেশত লকডাউনৰ অব্যহাত থকাৰে পৰা ইন্টাৰনেট ব্যৱহাৰৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

আনহাতে অনলাইন ক্লাছৰ বাবে শিক্ষাৰ্থীসকলৰ মাজতো প্ৰতিনিয়ত ইন্টাৰনেট ব্যৱহাৰ বৃদ্ধি পাইছে।

ইয়াৰ ফলত নিজৰ মাজতে প্ৰতিযোগিতাত নামি টেলিকম প্ৰতিষ্ঠানবোৰে ডাটা প্লেনৰ মূল্য হ্ৰাস কৰাহে পৰিলক্ষিত হৈছিল।

তেনে সময়তে ভাৰতী এয়াৰটেলৰ চেয়াৰমেন সুনীল মিট্টালে মূল্য বৃদ্ধিৰ সমৰ্থনত কয় যে কম মূল্যতে অধিক ডাটা দীৰ্ঘ দি থকাতো সম্ভৱ নহয়।

Recent News

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd