• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমালয়ান ক’লা ভালুক হত্যা কৰি ৰঙাঘৰৰ আলহী হ’ল দহজন লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2020 8:23 am
Handcuff-arrested-750x375
3.3k
VIEWS
Share on FacebookShare on Twitter

হিমালয়ান ক’লা ভালুক হত্যাৰ লগত জড়িত মেঘালয়ৰ দহজন লোকে গ্ৰেপ্তাৰ বৰণ কৰিছে।

বুধবাৰে মেঘালয়ৰ বন বিভাগৰ দলে এটাই গ্ৰেপ্তাৰ কৰে লোককেইজনক।

তিনিজন লোকে এটা হিমালয়ান ভালুক হত্যা কৰি গৰ্বৰে ফ’টো উঠি চ’ছিয়েল মিডিয়াত ভাইৰেল কৰিছিল।

বন বিভাগৰ লোকে কালি পিয়নুৰ্ছলা মহকুমাৰ ম’পিয়ৰ্থহুহল গাঁৱৰ পৰা এই ঘটাত জড়িত ১০ জন গঞাক গ্ৰেপ্তাৰ কৰে।

এক সূত্ৰৰ মতে বন বিভাগৰ দলটোৱে বুধবাৰে গাঁওতখনত মৃত ভালুকটোৰ শৰীৰৰ অংশও উদ্ধাৰ কৰে।

বন বিভাৰ সূত্ৰৰ মতে গাওঁবাসীয়ে ফান্দী পাতি ভালুকটোক হত্যা কৰিছিল।

গাঁওবাসীৰ দাবী যে ভালুকটোৱে তেওঁলোকৰ মৌ বাঁহসমূহ ধ্বংসৰ কৰাৰ বাবে এনে পন্থা লৈছিল।

মেঘালয়ৰ গৃহ আৰু বন তথা পৰিৱেশ মন্ত্ৰী লেখমেন ৰেম্বুই কয় যে ভালুক হত্যাত জড়িতসকলক বন্য প্ৰাণী (নিৰাপত্তা) আইন ১৯৭২ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে হিমালয়ান ক’লা ভালুক বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীত নিৰাপত্তা প্ৰদান কৰা হয়।

Recent News

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন     ভ্রাতৃ বিপিনৰ

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন ভ্রাতৃ বিপিনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd