• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০ কোটিটকীয়া প্ৰাসাদোপম অট্টালিকা, কোটি কোটিৰ গাড়ী : আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

by
December 14, 2024 2:35 pm
185
VIEWS
Share on FacebookShare on Twitter

২১ বছৰ ধৰি দক্ষিণ ভাৰতৰ চিনেমাত অভিনয় কৰি আহিছে আল্লু অৰ্জুনে। ইখনৰ পিছত সিখনকৈ ব্লকবাষ্টাৰ ছবিৰে চিনেমা জগতখনক শাসন কৰি আছে আল্লুৱে।

ইমান জনপ্ৰিয়, আৰু অনেক ছুপাৰহিট চিনেমাত কাম কৰা আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

আল্লু অৰ্জুনে যিটো ঘৰত বাস কৰে সেই ঘৰটোৰ মূল্য ১০০ কোটি টকা। হায়দৰাবাদ স্থিত এই ঘৰটোৰ নাম ‘আশীৰ্বাদ’। পত্নী আৰু দুটা সন্তানৰ সৈতে তেওঁ তাতেই থাকে।

আল্লু অৰ্জুনৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৬০ কোটি টকা। তেওঁৰ হাতত আছে ৭ কোটি টকাৰ ভেনিটি ভ্যান। যাৰ কিছু ছবি আল্লুৱে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত দিছিল। ভেনিটিৰ ভিতৰৰ আভাস দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে। ভেনিটি ভ্যানখনৰ ৰং সম্পূৰ্ণ ক’লা আৰু তাত ডাবল এ লিখা আছে।

আগতে তেওঁ প্ৰতিখন চিনেমাৰ বাবে ৬৫ কোটি টকা লৈছিল। কেৱল সেয়াই নহয়, চিনেমাখনৰ ব্যৱসায়িক লাভৰ কিছু অংশও তেওঁ লাভ কৰিছিল। কিন্তু পুষ্পাৰ আকাশলংঘী সফলতাৰ পিছত অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক কেইবাগুণো বৃদ্ধি পালে। শুনা যায় যে অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক এতিয়া ১০০ কোটি টকা।

তেওঁৰ এটা প্ৰডাকচন হাউচ আৰু মাল্টিপ্লেক্স আছে। তেওঁৰ ৰেষ্টুৰেণ্টৰ ফ্ৰেঞ্চাইজিও আছে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd