• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১৮ বছৰীয়া বৃদ্ধাই ল’লে ক’ভিড ভেকচিন, ক’লে- ”কুচ্চু ডিক্কট নাইনোৱা”! ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 8:22 pm
292
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশত শনিবাৰে এগৰাকী ১১৮ বৰ্ষীয়া বৃদ্ধাক ক’ভিড ভেকচিন প্ৰদান কৰা হয়।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে দেওবাৰে এই কথা জনাইছে।

বৃদ্ধাগৰাকীৰ আধাৰ কাৰ্ডত উল্লেখিত বয়সৰ ভিত্তিত তেওঁক বিশ্বৰ ভিতৰতে আটাইতকৈ বয়সীয়াল ক’ভিড ভেকচিন গ্ৰহণ কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছে।

তুলসীবাই নামৰ বৃদ্ধাগৰাকীয়ে ভেকচিন গ্ৰহণ কৰাৰ পাছত তেওঁৰ শৰীৰত কোনোধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখা পোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

ৰাজ্যখনৰ সাগৰ জিলাৰ খিমলাচা অঞ্চলৰ ভেকচিন প্ৰদান কেন্দ্ৰত তেওঁক ভেকচিন প্ৰদান কৰা হয়।

ভেকচিন গ্ৰহণ কৰাৰ পাছতে বৃদ্ধাগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে ভেকচিন গ্ৰহণ কৰি তেওঁৰ কোনো সমস্যা হোৱা নাই।

তেওঁৰ বুণ্ডেলখেন্দী উপভাষাত কয়- ”হামনে লাগৱাও টীকা চ’ আচ্ছে হজেন। চ’ তুম ভি লাগৱাঅ’ চ’ আচ্ছে হ’ জা হ’। কুচ্চু ডিক্কট নাইনোৱা।”

অৰ্থাৎ মই ভেকচিন ল’লো, সেয়ে মোৰ ভাল লাগিছে। তুমিও এয়া ল’ব লাগে যাতে তোমাৰো ভাল লাগক। কোনো সমস্যা নাই।”

তেওঁৰ আধাৰকাৰ্ডত উল্লেখ থকামতে বৃদ্ধাগৰাকীৰ জন্ম ১৯০৩ চনৰ ১ জানুৱাৰীত।

বৰ্তমান তেওঁ সাগৰ জিলাৰ সদৰপুৰ অঞ্চলৰ বাসিন্দা।

Recent News

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd