• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে ৫,৩০০ কোটি টকা আবণ্টন কেন্দ্ৰৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
March 13, 2018 1:13 pm
DoNER-Minister-Jitendra-Singh-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁঠনি বিকাশ  আঁচনিৰ (নৰ্থ-ইষ্ট স্পেচিয়েল ইনফ্ৰাস্ট্ৰাকছাৰ ডেভেলপমেন্ট স্কীম) অধীনত কেন্দ্ৰই অলপতে ৫,৩০০কোটি টকা মুকলি কৰা বিষয়ত অনুমোদন জনাইছে।

এই ধনখিনিৰ (৫,৩০০ কোটি টকা) অধিক অংশই  নন-লেপচেবল চেন্ট্ৰেল পুল ৰিছোৰ্চেজ (এনএলচিপিআৰ) প্ৰকল্পৰ অধীনত এতিয়ালৈকে সমাপ্ত নোহোৱা ৩৭,০০ কোটি টকাৰ প্ৰকল্পসমূহ সমাপ্ত কৰাত ব্যবহাৰ কৰা হ’ব আৰু প্ৰায়  ১,৬০০ কোটি টকাৰে  এনইএছআইডিএছ আঁচনিৰ অধীনত  সম্পূৰ্ণ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব।

সদনত শেহতীয়াভাৱে এই কথা সদৰি কৰি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয়, ‘মুঠ ৫,৩০০ কোটি টকা ব্যয়সাপেক্ষ উত্তৰ-পূব বিশেষ আন্তঃগাঁঠনি বিকাশ আঁচনি (নৰ্থ-ইষ্ট স্পেচিয়েল ইনফ্ৰাস্ট্ৰাকশ্বাৰ ডেভেলপমেন্ট স্কীম) নামৰ এখন সম্পূৰ্ণ নতুন আঁচনি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।’

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ৰেহাইপ্ৰাপ্ত নোহোৱা (নন একজেম্ট)  সকলো  ইউনিয়ন মন্ত্ৰ্যালয়েই তেওঁলোকৰ  বাজেটৰ বাবে আবণ্টন কৰা মুঠ ধনৰাশিৰ (গ্ৰ’ছ বাজেটাৰী এল’কেশ্যন) ১০শতংশ প্ৰতি বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বাধ্যতামূলকভাৱে আচুতীয়াকৈ ধৰি থ’ব লাগিব।

বৰ্তমানৰ এইখন  এনএলচিপিআৰ আঁচনিৰ অধীনত যোৱা বছৰৰ ছেপ্টেম্বৰলৈকে সমাপ্ত নোহোৱা বিভিন্ন খণ্ডৰ ১৬১৪টা প্ৰকল্পক ধন যোগান ধৰাৰ বাবে বাচনি কৰি লোৱা হৈছে আৰু তাৰে ৯৭২টাৰ কাম ইতিমধ্যে সমাপ্ত হৈছে।

কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ অন্তৰ্গত ০৫টা প্ৰকল্পৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। শিক্ষা খণ্ডত ৯৪টা  প্ৰকল্পৰ আৰু পানী যোগান আৰু বান নিয়ন্ত্ৰণ খণ্ডত ১৬২ প্ৰকল্পৰ কাম সমাপ্ত  হৈছে। স্বাস্থ্য খণ্ডত ৩৫টা প্ৰকল্প সমাপ্ত হৈছে।  বিভিন্ন খণ্ডৰ প্ৰায় ৬০টা প্ৰকল্পৰ কাম  সমাপ্ত হৈছে। শক্তি খণ্ডত ১৭৫টা, পথ আৰু দলং নিৰ্মাণ খণ্ডৰ ৩২টা প্ৰকল্প সমাপ্ত হৈছে। ক্ৰীড়া খণ্ডত ১৭টা আৰু পানী যোগানৰ ৯২টা প্ৰকল্পৰ কাম ইতিধ্যে সমাপ্ত হৈছে।

চলিত ২০১৭-১৮ বৰ্ষত কাম চলি থকা  ‘এএলচিপিআৰ আঁচনিৰ অধীনৰ প্ৰকল্পসমূহকে ধৰি  ২,১৭২.২৫ কোটি আৰু ৮২.১৩ টকা অৰুণাচলৰ বাবে অনুমোদন কৰা হৈছে। অসমৰ বাবে ১২,০৩৫.৬২ কোটি আৰু ১৯৯.৫২ কোটি টকা মোকোলাই দিয়া হৈছে।

মণিপুৰৰ বাবে ৩,৯১ কোটি  আৰু ১২ কোটি টকা মোকোলাই দিয়া হৈছে। মেঘালয়ৰ বাবে ৩,১২০.১১ কোটি আৰু ৮৪.৮৫কোটি টকা মুকলি কৰি দিয়া হৈছে। মিজোৰামৰ বাবে ৩,৪৭৭কোটি আৰু ৫১.৯১ কোটি টকা মোকোলাই দিয়া হৈছে। নাগালেণ্ডৰ বাবে ৫,০০৯.৭ কোটি আৰু ৩৮.৮৭ কোটি টকা মোকোলাই দিয়া হৈছে।  ছিকিমৰ বাবে ৯৩৫.০২ কোটি আৰু ৫১.৬৮ কোটি টকা মোকোলাই দিয়া হৈছে আৰু ত্ৰিপুৰাৰ বাবে ৩,০১৫.৩৪ কোটি আৰু ৬৪.৫৫ কোটি টকা চলিত বিত্তীয় বৰ্ষৰ বাবে অনুমোদন কৰা হৈছে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd