• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৭০ হাজাৰ টকাৰ বিনিময়ত অষ্টম শ্ৰেণী উত্তীৰ্ণক মেডিকেল ডিগ্ৰী : মোদীৰ গুজৰাটত গ্ৰেপ্তাৰ ১৪ ভুৱা চিকিৎসক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 17, 2024 5:49 pm
৭০ হাজাৰ টকাৰ বিনিময়ত অষ্টম শ্ৰেণী উত্তীৰ্ণক মেডিকেল ডিগ্ৰী : মোদীৰ গুজৰাটত গ্ৰেপ্তাৰ ১৪ ভুৱা চিকিৎসক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকাৰ বিনিময়ত বিক্ৰী কৰা হৈছিল ভুৱা মেডিকেল ডিগ্ৰী । আনকি অষ্টম শ্ৰেণীৰ উত্তীৰ্ণসকলেও টকাৰে মেডিকেলৰ ডিগ্ৰী লাভ কৰিছিল। এই ঘটনাৰ তদন্ত কৰি গুজৰাট আৰক্ষীয়ে ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।

সূত্ৰ অনুসৰি আটক কৰা লোকসকলৰ পৰা ১২০০ খন ভুৱা প্ৰমাণ পত্ৰ উদ্ধাৰ কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি, ‘ব’ৰ্ড অৱ ইলেক্ট্ৰ’ হোমিঅ’পেথিক মেডিচিন’ নামৰ এটা ভুৱা সংগঠন গঠন কৰা হৈছিল। সংগঠনটোক গুজৰাট চৰকাৰৰ দ্বাৰা অনুমোদিত বুলি দাবী কৰা হৈছিল।

জনা যায় যে ভাৰতত ইলেক্ট্ৰ’ হোমিঅ’পেথী সন্দৰ্ভত কোনো নিৰ্দিষ্ট নিয়ম-নীতি নথকাৰ বাবে অভিযুক্তই এই সংস্থাটো খুলিবলৈ পৰিকল্পনা কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি ৭০ হাজাৰ টকাৰ বিনিময়ত অষ্টম মান উত্তীৰ্ণসকলক চিকিৎসাৰ ডিগ্ৰী প্ৰদান কৰা হয়। ভুৱা ডিগ্ৰী লাভ কৰা সকলে যি ৱেবছাইটত পঞ্জীয়ন কৰিছিল সেই ৱেবচাইটটোও ভুৱা আছিল। লগতে জনা যায় যে ধন দিয়াৰ ১৫ দিনৰ ভিতৰত ভুৱা মেডিকেল ডিগ্ৰী দিয়া হৈছিল। যাৰ ম্যাদ আছিল এবছৰ। এবছৰৰ শেষত ৫ৰ পৰা ১৫ হাজাৰ টকাত নবীকৰণ কৰিব লগা হৈছিল।

ভুৱা চিকিৎসকসকলক কোৱা হৈছিল যে সেই প্ৰমাণপত্ৰ দেখুৱাই তেওঁলোকে এলোপেথী আৰু হোমিঅ’পেথী দুয়োটাৰে চিকিৎসা কৰিব পাৰে।

গুজৰাট আৰক্ষীয়ে এনে তিনিজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। এই চক্ৰটোৰ মূল অভিযুক্ত ৰাকেশ গুজৰাটীকো গ্ৰেপ্তাৰ কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd