• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত ১৬০০ নিবনুৱা

দহ দিনৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 30, 2020 7:59 pm
IMG_20200730_130838

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ বৰ্ষৰ ১৩ জুনত ওলোৱা বিজ্ঞাপনৰ ভিত্তিত নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ বাবে ১৬০০ নিৰ্বাচিত মেধাবী নিবনুৱা ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী কুনাল ভৰালীৰ ৷

আগন্তুক দহ দিনৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই নিৰ্বাচিত প্ৰাৰ্থী সুশান্ত ডেকাই ৷

ইফালে সততে দূৰ্নীতি আৰু নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা চৰকাৰ খনে ১০ মাহে কিয় ১৬০০ নিবনুৱাক নিযুক্তি দিব পৰা নাই বুলি প্ৰশ্ন কৰি ভৰালীয়ে কয়,”বিদেশী ন্যায়ধীকৰনৰ বাবে প্ৰয়োজনীয় সকলো কাম হৈ যোৱাৰ পিছতো কিহৰ বাবে আমাৰ নিযুক্তি ৰখাই ৰাখিছে জানিব বিছাৰিছো”৷

উল্লেখযোগ্য যে বিজ্ঞাপনত উল্লেখ থকা অনুসৰি এক বছৰৰ ভিতৰত এই ষোল্লশ প্ৰাৰ্থীক নিযুক্তি নিদিলে  প্ৰাৰ্থী সমূহৰ নিযুক্তিৰ ম্যাদ বাতিল হব  বুলি উল্লেখ কৰি কুনাল ভৰালীয়ে কয়, “আমাৰ মেৰিট লিষ্ট ওলাইছিল ২০১৯চনৰ ১৯ চেপ্তেম্বৰত ৷ যদি আগন্তক চেপ্তেম্বৰ মাহলৈ আমাক নিযুক্তি নিদিয়ে তেনেহ’লে চৰকাৰে এইখনৰ ম্যাদ বাতিল কৰিব পাৰে ৷ সেয়ে আমাক আগন্তক ১০ দিনৰ ভিতৰত এটা স্পষ্টীকৰণ নিয়ক যাতে আমাৰ ১৬০০ প্ৰাৰ্থীৰ ভবিষ্যত অন্ধকাৰত গুচি নাযায় ৷”

যদি আমি চাকৰিৰ কাৰণে আন্দোলন কৰিব লাগে, যদি আমি এনেদৰে সংবাদ মেল কৰিব লাগে তেনেহ’লে পঢ়া শুনা কৰি কি লাভ হ’ল বুলি উল্লেখ কৰি তেওঁ আক্ষেপেৰে কয়, “এন আৰ চিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ৷ আমাক এন আৰচিৰ বাবে নালাগে ৷ নতুন বিদেশী ন্যায়ধীকৰণত ভগাই দিয়া বিচাৰাধীন হৈ থকা ১ লাখ তিনি হাজাৰ গোচৰৰ কাৰণে আমাক চাকৰিটো দিয়ক”৷

মুখ্য মন্ত্ৰীক আমি বহুবাৰ টুইটো কৰিছো, ফেচবুকত টেগও কৰিছো কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই ৷ আমি কিদৰে বিশ্বাস কৰিম এই খন চৰকাৰক ৷ আমি বিশ্বাসতেই এইখন চৰকাৰক ভোট দিছিলো ৷ নিবনুৱা সকলৰ ভাল হব ৷ কিন্তু যদি ১৬শ নিবনুৱাৰ চাকৰি নহয় তেনেহ’লে কি হব ,পৰিয়াল সমূহৰ কি হব বুলি কয় ভৰালীয়ে।

যিহেতু সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি কোৱা হয় ৷ সেয়ে ১৬ শ নিৰ্বাচিত নিবনুৱাৰ যাতে জীৱন ধ্বংস নহয় তাৰবাবে তেওঁ যেন চকু মেলি চায় ৷ আমাক চাকৰি দিয়ক বুলি অনুৰোধ জনায় বিদেশী ন্যায়ধীকৰণৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱা নিবনুৱা সকলে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd