• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত ১৬০০ নিবনুৱা

দহ দিনৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 30, 2020 7:59 pm
IMG_20200730_130838

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ বৰ্ষৰ ১৩ জুনত ওলোৱা বিজ্ঞাপনৰ ভিত্তিত নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ বাবে ১৬০০ নিৰ্বাচিত মেধাবী নিবনুৱা ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী কুনাল ভৰালীৰ ৷

Apply Now

আগন্তুক দহ দিনৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই নিৰ্বাচিত প্ৰাৰ্থী সুশান্ত ডেকাই ৷

ইফালে সততে দূৰ্নীতি আৰু নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা চৰকাৰ খনে ১০ মাহে কিয় ১৬০০ নিবনুৱাক নিযুক্তি দিব পৰা নাই বুলি প্ৰশ্ন কৰি ভৰালীয়ে কয়,”বিদেশী ন্যায়ধীকৰনৰ বাবে প্ৰয়োজনীয় সকলো কাম হৈ যোৱাৰ পিছতো কিহৰ বাবে আমাৰ নিযুক্তি ৰখাই ৰাখিছে জানিব বিছাৰিছো”৷

উল্লেখযোগ্য যে বিজ্ঞাপনত উল্লেখ থকা অনুসৰি এক বছৰৰ ভিতৰত এই ষোল্লশ প্ৰাৰ্থীক নিযুক্তি নিদিলে  প্ৰাৰ্থী সমূহৰ নিযুক্তিৰ ম্যাদ বাতিল হব  বুলি উল্লেখ কৰি কুনাল ভৰালীয়ে কয়, “আমাৰ মেৰিট লিষ্ট ওলাইছিল ২০১৯চনৰ ১৯ চেপ্তেম্বৰত ৷ যদি আগন্তক চেপ্তেম্বৰ মাহলৈ আমাক নিযুক্তি নিদিয়ে তেনেহ’লে চৰকাৰে এইখনৰ ম্যাদ বাতিল কৰিব পাৰে ৷ সেয়ে আমাক আগন্তক ১০ দিনৰ ভিতৰত এটা স্পষ্টীকৰণ নিয়ক যাতে আমাৰ ১৬০০ প্ৰাৰ্থীৰ ভবিষ্যত অন্ধকাৰত গুচি নাযায় ৷”

যদি আমি চাকৰিৰ কাৰণে আন্দোলন কৰিব লাগে, যদি আমি এনেদৰে সংবাদ মেল কৰিব লাগে তেনেহ’লে পঢ়া শুনা কৰি কি লাভ হ’ল বুলি উল্লেখ কৰি তেওঁ আক্ষেপেৰে কয়, “এন আৰ চিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ৷ আমাক এন আৰচিৰ বাবে নালাগে ৷ নতুন বিদেশী ন্যায়ধীকৰণত ভগাই দিয়া বিচাৰাধীন হৈ থকা ১ লাখ তিনি হাজাৰ গোচৰৰ কাৰণে আমাক চাকৰিটো দিয়ক”৷

মুখ্য মন্ত্ৰীক আমি বহুবাৰ টুইটো কৰিছো, ফেচবুকত টেগও কৰিছো কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই ৷ আমি কিদৰে বিশ্বাস কৰিম এই খন চৰকাৰক ৷ আমি বিশ্বাসতেই এইখন চৰকাৰক ভোট দিছিলো ৷ নিবনুৱা সকলৰ ভাল হব ৷ কিন্তু যদি ১৬শ নিবনুৱাৰ চাকৰি নহয় তেনেহ’লে কি হব ,পৰিয়াল সমূহৰ কি হব বুলি কয় ভৰালীয়ে।

যিহেতু সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি কোৱা হয় ৷ সেয়ে ১৬ শ নিৰ্বাচিত নিবনুৱাৰ যাতে জীৱন ধ্বংস নহয় তাৰবাবে তেওঁ যেন চকু মেলি চায় ৷ আমাক চাকৰি দিয়ক বুলি অনুৰোধ জনায় বিদেশী ন্যায়ধীকৰণৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱা নিবনুৱা সকলে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd