• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ নহৰু খেতিয়কক নিম্নতম সমৰ্থন মূল্য দিয়াৰ দাবী কৃষক মুক্তিৰ উদ্যোগত আয়োজিত ৰাইজমেলৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 17, 2018 9:46 pm
Garlic_Cultivation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চৰ-চাপৰি সাহিত্য পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি জিলাখনৰ গাগলমাৰীত নহৰু খেতিয়কৰ সমস্যা সন্দৰ্ভত এখন ৰাইজমেল অনুষ্ঠিত হয়। এই ৰাইজমেলত জিলাখনৰ বিভিন্ন অঞ্চলৰ খেতিয়কে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, উৎপাদিত ফচলৰ সঠিক মূল্য নাপাই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ নহৰু খেতিয়কসকল। চৰ-চাপৰি সাহিত্য পৰিষদৰ বৰপেটা জিলা সমিতিৰ সম্পাদক মজিবৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত ৰাইজমেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই অংশগ্ৰহণ কৰি সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কোনো ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত কৃষকসকলৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰা বুলি মন্তব্য কৰে।

ৰাজ্যৰ কৃষকসকলে নিজৰ প্ৰচেষ্টাত কৃষি কাৰ্যত ব্ৰতী হৈ থকাৰ পিচতো উৎপাদিত ফচলৰ উচিত মূল্য লাভ নকৰা বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে কৃষকসকলৰ সমস্যা সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে মহাৰাষ্ট্ৰত কৃষকসকলে লোৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে বৰাই।

ৰাইজমেলত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু চৰ-চাপৰি সাহিত্য পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি হালিমা আহমেদে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, বৰপেটা জিলাৰ গাগলমাৰী, লুৰফুৰীয়া, কান্দাপাৰা আদি বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে কেইবাশ বিঘা মাটিত নহৰু খেতি কৰিছে। কিন্তু খেতিয়কসকলে উৎপাদন কৰা নহৰুৰ উচিত মূল্য নোপোৱাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। প্ৰতি কিলো নহৰু এতিয়া খেতিয়কসকলে ৫-১০ টকা দৰত বিক্ৰী কৰিব লগা হৈছে। খেতিয়কসকলে জানিবলৈ দিয়া মতে, প্ৰতিবিঘা নহৰু খেতি কৰোতে ২৫-৩০ হাজাৰ টকা খৰচ হয়। প্ৰতি কিলো নহৰু উৎপাদন খৰচ অতি কমেও ২০ টকা হয়। কিন্তু এতিয়া খেতিয়কসকলে এই নহৰু পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে। ফলত খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

খেতিয়কসকলৰ এই দুৰৱস্থা ৰোধ কৰাৰ বাবে আজি অনুষ্ঠিত ৰাইজমেলৰ জৰিয়তে চৰকাৰে খেতিয়কৰ পৰা ন্যূনতম সমৰ্থন মূল্যৰ বিনিময়ত নহৰু ক্ৰয় কৰাৰ ব্যৱস্থা কৰা, বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকলক সকাহ দিব পৰাকৈ এটা শীতল ভঁৰাল স্থাপন কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd