কামৰূপ, শৰাইঘাট এক্সপ্ৰেছকে ধৰি ১৯খন ৰে’ল বাতিল; চাওক তালিকাখন

ফটোঃ সংগ্ৰহীত।

কাঞ্চনজংঘা এক্সপ্ৰেছত মালগাড়ীৰ খুন্দা মৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। যুদ্ধকালীন অভিযানেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাম অব্যাহত আছে। অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত লাইনটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ যে কিছু সময় লাগিব তাত কোনো সন্দেহ নাই। তাৰ বাবেই সোমবাৰে ১৯খন ৰে’ল বাতিল কৰা হৈছে। কেইবাখনো ৰে’ল ডাইভাৰ্টো কৰা হৈছে। এই তালিকা প্ৰকাশ কৰিছে ৰে’লৱেই।

বাতিল কৰা ৰে’লসমূহ:

১৯৬০২ নতুন জলপাইগুৰি-উদয়পুৰ চিটি উইকলি এক্সপ্ৰেছ

২০৫০৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল

১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ

০৬১০৫ নাগেৰকল জং-ডিব্ৰুগড় বিশেষ ৰে’ল

২০৫০৬ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

১২৪২৪ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত

১২৩৪৬ গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ

১২৫০৫ কামাখ্যা-আনন্দবিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ

১২৫১০ গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ

২২৩০২ নতুন জলপাইগুৰি-হাওৰা বন্দে ভাৰত

১৫৬২০ কামাখ্যা-গয়া এক্সপ্ৰেছ

১৫৯৬২ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ

১৫৬৩৬ গুৱাহাটী-ওখা এক্সপ্ৰেছ

১৫৯৩০ নিউ তিনিচুকীয়া-তাম্বাৰম এক্সপ্ৰেছ

১৩১৪৮ বামনহাট-শিয়ালদহ নৰ্থ বেংগল এক্সপ্ৰেছ

২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছ

গতিপথ সলনি কৰা ৰে’লসমূহ:

১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ

০৬১০৫ নগেৰকোলি-ডিব্ৰুগড় বিশেষ ৰে’ল

২০৫০৬ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

১২৪২৪ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছক আলুৱাবাৰী ৰেল জংচন-বাগডোগ্ৰা-চিলিগুৰি-নতুন জলপাইগুৰি লাইনলৈ ডাইভাৰ্ট কৰা হ’ব।

১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটি এক্সপ্ৰেছ

২০৫০৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি হাবিবগঞ্জ স্পেচিয়েল নিউ জলপাইগুৰি-শিলিগুৰি-বাগডোগ্ৰা-আলুৱাবাৰী ৰেল জংচন লাইনলৈ ডাইভাৰ্ট কৰা হ’ব।