গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

দীপাৱলীৰ পিছদিনা ৰাতিপুৱা এক ভয়ংকৰ ধোঁৱাৰ আৱৰণে আৱৰি ধৰিলে সমগ্ৰ উত্তৰ ভাৰত। ফটকাৰ ধোঁৱা আৰু খেতিপথাৰৰ নৰা পোৰাৰ ধোঁৱাৰ ফলত...

Read moreDetails

৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সংশ্লিষ্ট জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত অনুষ্ঠিত ৭১সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬-ৰ বিভিন্ন জিলা...

Read moreDetails

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত খিলঞ্জীয়া অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ আটক বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খিলঞ্জীয়া আৰু ভূমি অধিকাৰ কৰ্মী প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত আটক বাতিল...

Read moreDetails

আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা! এনকাউণ্টাৰত নিহত বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈ

গুৱাহাটীৰ হোটেল বিলাস ইনত পাঁচগৰাকী লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা গোচৰৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। শিৱসাগৰৰ...

Read moreDetails

পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্কৰ সন্দেহ! অসমত ৬ জনক গ্ৰেপ্তাৰ, তদন্ত চলাইছে এছটিএফে

পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত অসমত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে আৰ্থিক জালিয়াতিৰ চক্ৰ...

Read moreDetails

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

অসমৰ কলেজ শিক্ষক আন্দোলনৰ অন্যতম নেতা তথা অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ অপূৰ্ব কুমাৰ দাসৰ ১৪ সংখ্যক...

Read moreDetails

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলৰ তিনিজন সদস্যকে ধৰি ৭জন জ্যেষ্ঠ আৰক্ষী...

Read moreDetails

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে...

Read moreDetails

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বুধবাৰে উত্তৰ গুৱাহাটীৰ ফুলুঙৰ জিটিচি ফুটবল একাডেমীত অনুষ্ঠিত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ৰ কামৰূপ মেট্ৰ’ জিলা ৰাউণ্ডত...

Read moreDetails

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মহিলা আৰু যুৱক-যুৱতীকে ধৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰী...

Read moreDetails
Page 1 of 129 1 2 … 129

Stay Connected

Recent News