• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰঘৰতেই দুৰ্নীতি : মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 28, 2024 5:12 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

” জনতা ভৱনৰ পৰাই চলিছে দুৰ্নীতিৰ বেহা।  মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মহনৰ কাৰ্যালয় জড়িত হৈ আছে ২৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুতৰ বিশাল কেলেংকাৰিত। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰহস্যজনক ভাবে বৰ্তমানলৈকে মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ” এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ ।

”ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰদেশ বিজেপিৰ অনুসূচীত জাতি কোষৰ এগৰাকী শীৰ্ষস্থানীয় নেতা অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস আৰু পিয়ন প্ৰফুল্ল ডেকাক গ্ৰেপ্তাৰ কৰিছে। আমাৰ প্ৰশ্ন – দুৰ্নীতিৰ সৈতে জড়িত বিজেপিৰ নেতা আৰু জনতা ভৱনত মন্ত্ৰীৰ নিৰ্দেশত কাম কৰা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি মন্ত্ৰী যোগেন মহনক ৰেহাই দিয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে? যিহেতু মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই সংঘটিত হৈছে বৃহৎ দুৰ্নীতি, ইয়াত মন্ত্ৰী গৰাকী জড়িত নথকাৰ কোনো যুক্তি নাই। আমি আম আদমী পাৰ্টিয়ে মন্ত্ৰী যোগেন মহনকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আনহাতে কেলেংকাৰি মাষ্টাৰ মাইণ্ড অসীম দাসে যিহেতু মন্ত্ৰী সঞ্জয় কিষানৰ বাসভৱন আৰু কনফাৰেঞ্চ হল ব্যৱহাৰ কৰি এই বিশাল কেলেংকাৰি সংঘটিত কৰিছে, ইয়াত মন্ত্ৰী সঞ্জয় কিষাণ ধোৱা তুলসীৰ পাত হৈ থাকিব নোৱাৰে। চৰকাৰৰ বৰঘৰত চলি থকা নিকৃষ্ট কৰ্ম কাণ্ড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছোঁ। ” – তেওঁ লগতে কয়।

Apply Now

আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ অভিযোগ,” ৰাজ্যত সংঘটিত এটাৰ পাছত আনটো বিয়াগোম দুৰ্নীতি তথা শাসক দলৰ মন্ত্ৰী বিধায়কৰ ভ্ৰষ্টাচাৰৰ বাবেই আজি উন্নয়ন স্থবিৰ হৈ পৰিছে । এনে অৱস্থাত ৰাজ্যবাসীৰ স্বাৰ্থত শেহতীয়া ভাৱে জনতা ভবনৰ পৰা সংঘটিত হোৱা ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চিবিআইৰ তদন্তৰ দাবী কৰিছোঁ। কাৰণ এই কেলেংকাৰিত জড়িত হৈ আছে শীৰ্ষস্থানীয় বিজেপি নেতা, জনতা ভৱনৰ বিষয়া- কৰ্মচাৰী, সাঙোৰ খাইছে দুগৰাকীকৈ মন্ত্ৰীৰ নাম, গ্ৰেপ্তাৰ হৈছে মন্ত্ৰীৰ সহায়ক। আনহাতে যি সময়ত অবিজেপি শাসিত ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে হকে- বিহকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিক  ব্যৱহাৰ কৰে, এতিয়া অসমত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্ত চিবিআইক গতাই দিয়ক। কাৰণ এই অনিয়মৰ সৈতে দুগৰাকীকৈ মন্ত্ৰীৰ কাৰ্যালয় তথা বহিঃৰাজ্যৰ প্ৰতিষ্ঠান জড়িত হৈ আছে। “

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd