• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬০০ কোটি টকাৰ বেংক জালিয়াতি গোচৰ: গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ দুই সহ-প্ৰতিষ্ঠাপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2023 8:14 pm
Ashoka University co-founders arrested
287
VIEWS
Share on FacebookShare on Twitter

পেৰাবলিক ড্ৰাগছৰ বিৰুদ্ধে উত্থাপিত ১৬০০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে অশোকা বিশ্ববিদ্যালয়ৰ দুজন সহ-প্ৰতিষ্ঠাপক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি এই দুগৰাকীৰ লগতে মুঠ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

ধন সৰবৰাহৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে ব্যক্তিকেইগৰাকীক। গ্ৰেপ্তাৰ হৈছে অশোকা বিশ্ববিদ্যালয়ৰ দুগৰাকী সহ-প্ৰতিষ্ঠাপক প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তাৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্ট এছ কে বাঞ্চালক।

উল্লেখ্য যে, পেৰাবলিক ড্ৰাগছ লিমিটেড আৰু ইয়াৰ পৰিচালক প্ৰণৱ গুপ্তা আৰু বিনীত গুপ্তাৰ বিপক্ষে ১৬০০ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। মুম্বাই আৰু দিল্লীকে ধৰি কেইবাটাও অঞ্চলৰ ১৭টা স্থানত অনুসন্ধান চলাইছে ইডিয়ে।

চিবিআইৰ গোচৰৰ ভিত্তিত ডাইৰেক্টৰেটে আৰম্ভ কৰিছিল তদন্ত। আজি গ্ৰেপ্তাৰ হোৱা প্ৰণৱ গুপ্তা, বিনীত গুপ্তা আৰু এছ কে বাঞ্চালক আদালতত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশ আদালতে তিনিওকে পাঁচ দিনৰ ববাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে অশোকা বিশ্ববিদ্যালয়ে এই গোচৰৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি পেৰাবলিক ড্ৰাগছৰ সৈতে অশোকা বিশ্ববিদ্যালয়ৰ অতীতত বা বৰ্তমানেও কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে।

অৱশ্যে বিশ্ববিদ্যালয়খনে বিবৃতিত লগতে অশোকা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু দুইশতাধিক দাতাৰ ভিতৰত বিনীত গুপ্তা আৰু প্ৰণৱ গুপ্তাও অন্যতম বুলি দোহাৰে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd