• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বাওঁপন্থী আৰু প্ৰগতিশীল আন্দোলনৰ বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা সক্ৰিয় ৰাজহুৱা কৰ্মী উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য চিন্তাবিদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। পাৰ্টিয়ে তেখেতৰ শোকস্তব্ধ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

আজি তেখেতৰ মৃত্যু সংবাদ পোৱাৰ পাছতে চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক আৰু সাংসদ উদ্ধব বৰ্মন আৰু পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্‌ফাকুৰ ৰহমান সতীৰ্থ সকলৰ সৈতে প্ৰয়াত উদয়াদিত্য ভৰালীৰ বাসভৱনলৈ গৈ তেখেতৰ মৃতদেহত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ শোকবিহ্বল পত্নীক সাক্ষাৎ কৰি পাৰ্টিৰ পক্ষৰ পৰা সহমৰ্মিতা প্ৰকাশ কৰে।

Apply Now

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা শোক বিবৃতিত কোৱা হয়, বিশিষ্ট বুদ্ধিজীৱী তথা সমাজবিজ্ঞানী গৰাকীয়ে অসমৰ ৰাজনৈতিক-সামাজিক আৰু সাহিত্য-সংস্কৃতিৰ জগতলৈ বিভিন্ন কাম-কাজ আৰু লেখা-মেলাৰে যথেষ্ট অৱদান এৰি গৈছে।  বাওঁপন্থী আৰু প্ৰগতিশীল চিন্তা ধাৰাৰে সমৃদ্ধ হৈ তেখেতে অসম তথা অসমৰ জনগণৰ সৰ্বাংগীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। অসমৰ বৈচিত্ৰ্যপূৰ্ণ সমাজৰ মাৰ্ক্সবাদী বিশ্লেষণ তুলি ধৰাৰ বাবে তেখেতৰ প্ৰচেষ্টা আছিল অনন্য। বিশেষকৈ অসমৰ বাওঁ আন্দোলনৰ ঐক্য আৰু বিকাশৰ বাবে ভৰালীয়ে একাগ্ৰচিত্তে কাম কৰিছিল। বিভিন্ন কাকত-আলোচনীৰ উপৰি সাপ্তাহিক ‘গণশক্তি’ৰ বিশেষ সংখ্যাবোৰতো ভৰালীয়ে নিয়মীয়াকৈ লেখা-মেলা কৰিছিল।বৰ্তমান পৰিস্থিতিত সাম্প্ৰদায়িক, কৰ্পোৰেটপন্থী আৰু স্বৈৰতান্ত্ৰিক শক্তিসমূহৰ বিৰুদ্ধে বাওঁ-গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ বাবে তেখেতে নৰিয়া অৱস্থাতো নিৰলস প্ৰচেষ্টা চলাই আছিল। তেখেতৰ বিয়োগত ৰাজ্যৰ বাওঁপন্থী মহল আৰু গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰটোৰ অপূৰণীয় ক্ষতি হ’ল বুলি পাৰ্টিয়ে বিবৃতিটোত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd