• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ টকাৰ সলনি ২ টকা লৈছিল ৰোগীৰ পৰা : চাকৰি গ’ল চৰকাৰী হাস্পাতালৰ কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2024 2:26 pm
367
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী নিয়ম অনুসৰি ৰোগীৰ পৰা ১ টকা লব লাগে। কিন্তু চিকিৎসা সেৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ যোৱা ৰোগীজনৰ পৰা ২ টকা সংগ্ৰহ কৰিছিল কৰ্মচাৰী এজনে। স্থানীয় বিধায়কে হাতে-লোতে ধৰিলে এই কেলেংকাৰী।

শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ দুৰ্বল সেৱাৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। চিকিৎসকক দেখা কৰাৰ বাবে অধিক ধন লোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছিল।

আনকি বেছিভাগ সময়তে ডাক্তৰ নাথাকে স্বাস্থ্য কেন্দ্ৰটোত। ব্যক্তিগত দোকানৰ পৰা ঔষধ কিনিব লগা হয় ৰোগীয়ে। আনকি প্ৰসূতিৰ বাবে আবণ্টিত চৰকাৰী সুবিধাও ইয়াত দিয়া হোৱা নাই।

মহাৰাজগঞ্জৰ বিজেপিৰ বিধায়ক প্ৰেম সাগৰ পেটেলে মঙলবাৰে গাঁৱৰ ৰাইজৰ পৰা এনে অভিযোগ লাভ কৰি হঠাৎ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়। আৰু অতিৰিক্ত টকা লৈ থাকোঁতে স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্টক হাতে-লোতে  ধৰে। ইয়াৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় কৰ্মচাৰী দুজনক।

কেৱল সেয়াই নহয়, স্বাস্থ্য কেন্দ্ৰটোৰ চৰকাৰী বিষয়াক তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। এতিয়া এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

Recent News

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd