• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৌদি আৰৱত শোকাৱহ দুৰ্ঘটনা: মক্কাভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ২০ জন তীৰ্থযাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 3:27 pm
Umrah pilgrims
167
VIEWS
Share on FacebookShare on Twitter

এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্য হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান মক্কা ভ্ৰমণ কৰা ২০ গৰাকী তীৰ্থযাত্ৰীৰ। চৌদিৰ চৰকাৰী সংবাদ মাধ্যম গাল্ফ নিউজৰ বাতৰি অনুসৰি সোমবাৰে সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

উমৰাহ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দলঙৰ খুঁটাত খুন্দা খাই বাগৰি পৰাৰ পিছত এই শোকাৱহ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ২০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৪ গৰাকীৰো অধিক তীৰ্থযাত্ৰী আহত হয় বুলি গাল্ফ নিউজৰ বাতৰিত প্ৰকাশ পাইছে।

আচিৰ প্ৰদেশৰ আকাবাত ছাৰত বিয়লি প্ৰায় ৪ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰকাশিত খবৰ অনুসৰি, বাছখন খামিস মুছায়তৰ পৰা ওলাই আভা অঞ্চললৈ ৰাওনা হৈছিল।

 

Very sad
Horrific accident in #SaudiArabia
At least 20 people have been killed and about 30 others injured in a bus crash in Saudi Arabia.Dur to malfunction of the brake system the bus lost control and collided with a passenger car, and then rolled over and caught fire pic.twitter.com/ZpsA0Duf0M

— Arthur Morgan (@ArthurM40330824) March 27, 2023

বাছখনত ব্ৰেকৰ সমস্যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি গাল্ফ নিউজৰ বাতৰিত উল্লেখ কৰা হৈছে। বাছখন দলঙৰ এক বেৰিয়াৰত খুন্দা খোৱাৰ পিছতে ওলোটাই বাগৰি পৰে আৰু তৎক্ষণাত জুই লাগে।

চৌদিৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুৰ্ঘটনাত নিহত তথা আহত তীৰ্থযাত্ৰীসকল বিভিন্ন দেশৰ পৰা আহিছিল। অৱশ্যে তেওঁলোক কোনকেইখন দেশৰ নাগৰিক সেই বিষয়ে এইপৰ্যন্ত উল্লেখ কৰা হোৱা নাই।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd