• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আন এক যুদ্ধৰ আশংকাত কঁপিছে বিশ্ব সম্প্ৰদায়: টাইৱান বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ চীনৰ ২১ যুঁজাৰু বিমানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2022 10:25 am
China Taiwan conflict
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদনৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণে ঈঙ্গিত দিছে এক আসন্ন যুদ্ধৰ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ঢৌ মাৰ নাযাওঁতেই এই সম্ভাৱ্য যুদ্ধৰ আশংকাই আন্ত: ৰাষ্ট্ৰীয় সম্প্ৰদায়ক চিন্তিত কৰি তুলিছে।

পেলোচিৰ ভ্ৰমণক লৈ চীনে বাৰম্বাৰ সকীয়নি তথা ভাবুকি প্ৰদান কৰি আহিছে। এই ভাবুকিৰ ফলত বিশ্বৰ দুই মহাশক্তিৰ মাজত উত্তেজনাই চৰম সীমা স্পৰ্শ কৰিছে।

এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ টাইৱানে মঙলবাৰে ২০ খনতকৈও অধিক চীনা সামৰিক বিমানে টাইৱানৰ বায়ু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ কৰিছে বুলি দাবী কৰিছে।

দ্বীপটোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইটাৰত এক বিবৃতিত কয়: “২১ খন পিএলএ বিমানে ২আগষ্ট, ২০২২ তাৰিখে টাইৱানৰ দক্ষিণ-পশ্চিম এডিআইজেডত প্ৰৱেশ কৰিছে।”

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ পিছতে পদবীধাৰী পেলোচি হৈছে যোৱা ২৫ বছৰত টাইৱান ভ্ৰমণ কৰা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত বিষয়া। চীনে পেলোচিৰ এই ভ্ৰমণক এক ডাঙৰ উচতনি হিচাপে গণ্য কৰিছে।

আনহাতে পেলোচিৰ টাইৱান ভ্ৰমণক টাইৱানৰ গণতন্ত্ৰক সমৰ্থন কৰাৰ বাবে আমেৰিকাৰ অটল প্ৰতিশ্ৰুতিক সন্মান জনাইছ বুলি এক বিবৃতি যোগে মন্তব্য কৰে টাইৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ ৱুয়ে।

ইফালে চীনৰ সামৰিক বাহিনীয়ে এই ভ্ৰমণৰ বিৰোধিতাৰে অতি সোনকালে সামৰিক পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই দিছে। ইতিমধ্যে প্ৰকাশ পোৱা কেইবাটাও ভিডিঅ’ত চীনৰ সামৰিক বাহিনীৰ ৰণচালি দেখিবলৈ পোৱা গৈছে।

আজি পুৱাৰ ভাগত টাইৱানৰ চাৰিওফালৰ জলসীমাত চীনে কেইবাটাও সামৰিক অনুশীলনৰ পৰিকল্পনা ঘোষণা কৰিছে। আমেৰিকাক প্ৰত্যক্ষ ভাবুকি প্ৰদান কৰি বেইজিঙৰ বৈদেশিক মন্ত্ৰালয়ে “যিসকলে জুইৰ সৈতে খেলা কৰিব বিচাৰিছে, তেওঁলোক শীঘ্ৰেই ধ্বংস হ’ব” বুলি চৰম সকীয়নি দিছে।

ইফালে শেহতীয়াকৈ ৰাছিয়াইও এই বিষয়ত চীনৰ সমৰ্থনত থিয় দিছে। এনে পৰিস্থিতিত আন এক ভয়াৱহ যুদ্ধৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে সমগ্ৰ বিশ্ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd