• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জল সংকট : পানীৰ অভাৱত ভুগিছে বিশ্বৰ ২৫ খন দেশে

২০৫০ চনত ভাৰত, মেক্সিকো, ইজিপ্ত আৰু তুৰস্ক দেশৰ জিডিপিৰ আধা ধন পানীৰ ক্ষেত্ৰতেই ব্যয় হ’ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 9:10 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

অত্যধিক প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা, বনাঞ্চল ধ্বংস আদিয়ে মানৱ জাতিৰ মৃত্যুঘন্টা বজাব লাগিছে। হ্ৰাস পাইছে বিশ্বৰ জলপৃষ্ঠ। হাজাৰ সতৰ্কবাণীৰ পিছতো ভৱিষ্যত পৃথিৱীৰ কথা চিন্তা কৰা নাই মানৱ জাতিয়ে।

শেহতীয়া খবৰ অনুসৰি বিশ্বৰ বিভন্ন দেশৰ ভূ-পৃষ্ঠৰ তলৰ পানীৰ স্তৰ ইমানেই কমিছে যে ৪০-৫০ ফুট গভীৰতাতো পানীৰ সন্ধান নাই।

এই পৰিস্থিতি কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশেই সন্মুখীন হৈছে তীব্ৰ জল সংকটৰ। পানীৰ অপচয়, জনসংখ্যা বৃদ্ধি, নগৰায়ন, উদ্যোগিক এলেকাৰ সৃষ্টিৰ লগতে জলবায়ু পৰিৱৰ্তনো এই সংকটৰ অন্যতম কাৰণ। 

শেহতীয়াকৈ বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনত জল সংকটৰ ভয়াৱহ পৰিণতিৰ বিষয়ে সকীয়াই দিয়া হৈছে। প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ এক চতুৰ্থাংশ থকা বিশ্বৰ ২৫খন দেশ চৰম জল সংকটৰ সন্মুখীন হৈছে। 

বিশ্বৰ ৪ বিলিয়নতকৈ অধিক লোকে বছৰত কমেও এমাহ ধৰি ভয়াৱহ পানীৰ সংকটৰ সন্মুখীন হৈছে। ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি হ’ব পাৰে বুলি দাবী কৰিছে বিশ্ব সম্পদ প্ৰতিষ্ঠানে।

প্ৰতিবেদনখনৰ মতে এই জলসংকটে কেৱল সাধাৰণ মানুহৰ জীৱনতে নহয়, দেশৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পেলাব। ২০৫০ চনৰ ভিতৰত জিডিপিৰ ৭০ ট্ৰিলিয়ন টকা, যিটো বিশ্বৰ জিডিপিৰ ৩১ শতাংশ, জল সংকটৰ বাবে ব্যয় কৰা হ’ব। 

উল্লেখ্য যে, ২০১০ চনত এই সংখ্যা আছিল ১৫ ট্ৰিলিয়ন। ২০৫০ চনত ভাৰত, মেক্সিকো, ইজিপ্ত আৰু তুৰস্ক দেশৰ জিডিপিৰ আধা ধন পানীৰ ক্ষেত্ৰতেই ব্যয় হ’ব বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।

Recent News

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd