• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2025 9:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ১৮ মহীয়া দাম্পত্য জীৱনৰ পিছত ৮ বছৰৰ ধৰি চলি থকা বিবাহ বিচ্ছেদৰ গোচৰত উচ্চতম ন্যায়ালয়ে মহিলাগৰাকীৰ ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু মুম্বাইৰ ফ্লেটৰ দাবীক “অনৈতিক আৰু অযুক্তিকৰ” বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে।

এই চাঞ্চল্যকৰ ৰায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি. আৰ. গাভাইৰ নেতৃত্বত ন্যায়াধীশ কে. বিনোদ চন্দ্ৰন আৰু ন্যায়াধীশ এন. ভি. আঞ্জৰিয়াৰ বিচাৰপীঠে শুনানি কৰি দিয়ে। বিচাৰপীঠে বিবাহ বিচ্ছেদৰ অনুমতি দিয়াৰ লগতে মহিলাগৰাকীক মুম্বাইত এটা ফ্লেট ভৰণ-পোষণৰ ৰূপত প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে।

Apply Now

জানিব পৰা মতে, এই দম্পতীৰ বিবাহ ১৮ মাহৰ অধিক স্থায়ী হোৱা নাছিল। তাৰ পিছতেই দুয়োপক্ষৰ মাজত আইনী যুঁজ আৰম্ভ হয়। ২০২২ চনত মহিলাগৰাকীয়ে স্বেচ্ছাই এক নিষ্পত্তিৰ চুক্তিত স্বাক্ষৰ কৰিছিল, য’ত তেওঁ মুম্বাইৰ দুটা পাৰ্কিং স্পেচৰ সৈতে এটা ফ্লেটৰ দাবী কৰিছিল। সেই সময়ত তেওঁ ভৰণ-পোষণ বাবদ কোনো দাবী জনোৱা নাছিল।

কিন্তু পিছলৈ তেওঁ বোম্বে উচ্চ ন্যায়ালয়ত অধিক দাবী জনাই চুক্তিটো অস্বীকাৰ কৰে ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু মূল্যৱান সম্পত্তিৰ দাবী আগবঢ়ায়। স্বামীয়ে ইয়াক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ শৰণ লৈছিল।

“আপুনি উচ্চ শিক্ষিত আৰু আই টি খণ্ডত কাম কৰা এগৰাকী ব্যক্তি। আপুনি ভিক্ষা নোখুজিব, নিজৰ জীৱিকা নিজে উপাৰ্জন কৰক। বিবাহ মাত্ৰ ১৮ মাহ চলিছিল। এতিয়া আপুনি মাহে ১ কোটি টকা, বিএমডব্লিউ গাড়ী বিচাৰে?”

ন্যায়ালয়ে স্পষ্টভাৱে উল্লেখ কৰে যে মহিলাগৰাকীৰ নিজৰ জীয়াই থকাৰ সক্ষমতা আছে আৰু স্বামীৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। স্বামীগৰাকীয়ে পূৰ্বতে চিটিবেংকত বছৰি ২.৫ কোটি টকাৰ উপাৰ্জন কৰিছিল, কিন্তু বৰ্তমানে তেওঁৰ আয় বছৰি কেৱল ১৮ লাখ টকা।

বিচাৰপীঠে বিবাহ বিচ্ছেদ অনুমোদন কৰাৰ লগতে মুম্বাইত এটা ফ্লেট মহিলাগৰাকীক প্ৰদান কৰিবলৈ নির্দেশ দিয়ে। কিন্তু ১২ কোটি টকা, বিএমডব্লিউ গাড়ী আৰু অন্যান্য দাবী নাকচ কৰে।

ন্যয়ালয়ৰ এই ৰায়ে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত ভৰণ-পোষণৰ দাবীৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰ সৃষ্টি কৰিছে। উচ্চ শিক্ষিত আৰু আৰ্থিকভাৱে সক্ষম মহিলাসকলৰ ক্ষেত্ৰত অযুক্তিকৰ দাবীৰ বিৰুদ্ধে ন্যায়ালয়ে কঢ়িয়াই আনিছে এক দৃঢ় সতৰ্ক বাৰ্তা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd