• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬/১১ মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ড পাকিস্তানী আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2020 6:32 pm
a hafiz index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৮ চনত ভাৰতৰ মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিলে পাকিস্তানৰ এখন আদালতে।

জামাত-উড দাৱাৰ মুৰব্বী হাফিজৰ বিৰুদ্ধে পাকিস্তানৰ চৰকাৰে শেহতীয়াকৈ বহু কেইটা গোচৰ ৰুজু কৰিছে।

আজি দেশখনৰ লাহোৰস্থিত  সন্ত্ৰাসবাদ বিৰোধী আদালতে হাফিজৰ লগতে আন চাৰি জন সন্ত্ৰাসবাদীক ১০ বছৰ ৬ মাহৰ কাৰাদণ্ড বিহে।

সন্ত্ৰাসবাদক উদগনি দিয়াৰ অভিযোগতে দোষী সাৱস্ত্য হোৱা আদালতে হাফিৰ লগতে জামাতৰ আন নেতাসকল ক্ৰমে জাফৰ ইকবাল,য়াহা মুজাহিদকো একেই দণ্ড বিহে।

একেদৰে হাফিজৰ আত্মীয় ৰেহমান মাক্কিক ছমাহৰ কাৰাদণ্ড বিহা হয়।

উল্লেখ্য শেহতীয়াকৈ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া বাবে  আমেৰিকাকে ধৰি বিশ্বৰ বহু কেই খন দেশে পাকিস্তানৰ বিৰুদ্ধে থিয় দিছে।

পাকিস্তানক ইতিমধ্যে FATF ৰ গ্ৰে লিষ্টতো ৰখা হৈছে। এনে পৰিস্থিতিত বাধ্যত পৰি যোৱা বছৰৰ জুলাই মাহত পাক চৰকাৰে হাফিজক গ্ৰেপ্তাৰ কৰিছিল।

১৬৬ জন নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক পাকিস্তানৰ এখন আদালতে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ১১ বছৰৰ কাৰাদণ্ডৰে  দণ্ডিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd