দিনৰ ১১ বজালৈ অসমৰ চাৰিটা লোকসভা সমষ্টিত ২৭.৩৪% ভোটগ্ৰহণ,বৰ্তমানলৈ সৰ্বোচ্চ কোকৰাঝাৰত,সৰ্বনিম্ন গুৱাহাটীত

আজি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷আজি দিনৰ ১১ বজা পৰ্যন্ত অসমত আনুমানিক ভোটদানৰ হাৰ ২৭.৩৪%৷

বৰপেটা- ২৭.১৯%
ধুবুৰী- ২৭.৭৭%
গুৱাহাটী- ২৬.২৫%
কোকৰাঝাৰ- ২৮.২৮%