• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ৩ জন লোকৰ প্ৰাণহানি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2018 3:09 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

91
VIEWS
Share on FacebookShare on Twitter

কালি অৰ্থাৎ ১৫ আগষ্টত ওদালগুৰি জিলাৰ সীমান্তৰ অৰুণাচলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই এখন টাটা ছাফাৰী গাড়ী ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰি ৩ জন লোকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে ওদালগুৰিৰ ৰৌতাৰ পৰা কালি ৭গৰাকী ব্যক্তিয়ে এখন এ এছ ০১-এ ৱাই-৪৪৭৮ নম্বৰৰ টাটা ছাফাৰী বাহন লৈ অৰুণাচললৈ গৈছিল। কিন্তু অৰুণাচলৰ সোতৰশ নামৰ অঞ্চলটোত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট তললৈ বাগৰি পৰে। ফলত বাহনখনত থকা ৩গৰাকী লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

কালি নিশাই আটাইকেইজন লোকক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় যদিও আহত ৪গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱা লোককেইজনক সৌদেৱ দৈমাৰী, কমল দৈমাৰী আৰু ৰাজু গগৈ বুলি চিনাক্ত কৰা হৈছে।

Recent News

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন

অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন

CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

CAA ৰ অধীনত কিমানে পালে ভাৰতীয় নাগৰিকত্ব? তথ্য দিবলৈ অস্বীকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd