• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত গ্ৰেপ্তাৰ তিনিজন চোৰাং চিকাৰী, দুজন বেদখলকাৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 10, 2019 9:34 pm
IMG-20191110-WA0020-750x375

ফটো : নৰ্থ-ইষ্ট নাও

826
VIEWS
Share on FacebookShare on Twitter

৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে কোকৰাঝাৰ বন বিভাগে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত হুল্টুগাঁও ডিভিজনৰ অন্তৰ্গত চিৰাং সংৰক্ষিত বনাঞ্চলৰ পৰা তিনিজন চোৰাং চিকাৰী সহ অবৈধভাৱে গছ কটা দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কেইজনক ক্ৰমে কুদুছ টুডু, বিনোদ চোৰেন আৰু চক্ল হেমব্ৰুম আৰু বেদখলকাৰী দুজনক হাৰমা মাৰদি আৰু বিষ্ণু মাৰদি বুলি চিনাক্ত কৰা হৈছে।

এই সন্দৰ্ভত আঞ্চলিক বন বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়, ‘বন বিভাগৰ এটা তহলকাৰী দলে চিৰাং বনাঞ্চলৰ ফালে যাওতে কেইজনমান লোকক গছ কাটি থকা দেখো’।

‘লগে লগে আমাৰ দলটোৱে দুজনক আটক কৰে যদিও দুজন পলাই যাবলৈ সক্ষম হয়’। বন বিষয়াজনে আমাক এই কথা জনায়।

বন বিষয়া বসুমতাৰীয়ে লগতে কয়, ‘পিছত আমি জংঘলৰ ভিতৰৰ পৰা তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰো’।

বন বিভাগৰ দলটোৱে আটক কৰা চিকাৰী কেইজনৰ পৰা চোকা অস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয়।

Recent News

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd