• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধনৰ নাটনি : কিমান দিনলৈ দৰমহাৰ পৰা বঞ্চিত হ’ব ৩০ হাজাৰ টে’ট শিক্ষক?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 8:05 am
t-8

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.2k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ আমূল পৰিবৰ্তনৰ কথা কোৱা সোণোৱাল চৰকাৰৰ হাতত নাই ৩০ হাজাৰ ঠিকাভিত্তিক টে’ট শিক্ষকক দৰমহা দিবলৈ টকা। ৰাজকোষৰ তলি উদং হোৱাৰ বাবেই বৰ্তমানেও মুকলি কৰি দিব পৰা নাই জানুৱাৰি মাহৰ দৰমহা।

দৰমহা নোপোৱাক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ থকা সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে জানিব দিয়া অনুসৰি ৩০ হাজাৰ টে’ট শিক্ষকক দৰমহা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় অংশ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কিন্তু ৰাজ্য চৰকাৰৰ দৰমহাৰ অংশ এই পৰ্যন্ত মোকলাই দিয়া নাই।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে নিম্ন প্ৰাথমিক টে’ট শিক্ষকৰ বাবে ১৫ হাজাৰ টকা আৰু উচ্চ প্ৰাথমিকৰ বাবে ২০ হাজাৰ টকা কেন্দ্ৰীয় অংশ হিচাপে প্ৰদান কৰি আহিছে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে নিম্ন প্ৰাথমিক টে’ট শিক্ষকৰ বাবে ১১ হাজাৰ টকা আৰু উচ্চ প্ৰাথমিকৰ বাবে ৯ হাজাৰ টকা প্ৰদান কৰে।

কিন্তু জানুৱাৰি মাহৰ দৰমহাৰ বাবে ৰাজ্যিক অংশ দৰমহাৰ ধন মোকলাই নিদিয়াৰ ফলতে ৰাজ্যৰ ৩০ হাজাৰ শিক্ষকে এতিয়াও পোৱা নাই দৰমহা। আনহাতে ঠিকাভিত্তিক টে’ট শিক্ষকসকলক সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰি দিয়া দৰমহাৰ বকেয়া ধনো মোকলাই দিয়া নাই বুলি জানিব পৰা গৈছে।

ৰাজ্য চৰকাৰৰ এনে কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি শীঘ্ৰে ঠিকাভিত্তিক শিক্ষকক চাকৰি নিয়মীয়াকৰণ আৰু বেতন সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় শিক্ষক সমাজৰ সভাপতি পদ্মলোচন দলে আৰু সম্পাদকদ্বয় মিৰাজুল ৰছিদ, দীপাৰ্ণৱ ঘোষে। ৰাজ্য চৰকাৰে এই সমূহ দাবী পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।

Recent News

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd