• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2025 1:01 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফোনপেৰ ওপৰত আৰ বি আইয়ে জৰিমনা বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ফিনটেক কোম্পানী ফোনপেক ২১ লাখ টকাৰ জৰিমনা বিহিছে। প্ৰিপেইড পেমেণ্টৰ সৈতে জড়িত কিছুমান নিয়ম সঠিকভাৱে পালন নকৰাৰ বাবে কেন্দ্ৰীয় বেংকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

আৰ বি আইয়ে জনোৱা মতে, ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে কোম্পানীটোৰ কাম-কাজৰ সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈছিল।

Apply Now

পৰিদৰ্শন আৰু চিঠিপত্ৰৰ ভিত্তিত কোম্পানীটোক জাননী জাৰি কৰি কাৰণ দৰ্শাবলৈ কোৱা হয়। PhonePe-এ দিয়া উত্তৰ আৰু অতিৰিক্ত জমা দাখিল কৰাৰ পিছত আৰ বি আইয়ে অভিযোগ শুদ্ধ বুলি বিবেচনা কৰি শাস্তি প্ৰদান কৰে।

আৰ বি আইয়ে স্পষ্ট কৰি দিয়ে যে কেইবাবাৰো কোম্পানীটোৰ এচক্ৰ’ একাউণ্টত থকা বেলেঞ্চ প্ৰিপেইড পেমেণ্ট প্ৰডাক্ট (পি পি আই) আৰু ব্যৱসায়ীক প্ৰদান কৰিবলগীয়া ধনৰ তুলনাত কম আছিল আৰু এই অভাৱ সময়মতে আৰ বি আইক জনোৱা হোৱা নাছিল।

কিন্তু এই জৰিমনা কেৱল অমান্যতাৰ কাৰণৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু ইয়াৰ ফলত কোম্পানীয়ে গ্ৰাহকৰ সৈতে হোৱা লেনদেন বা চুক্তিৰ বৈধতাত কোনো প্ৰভাৱ নপৰে। উল্লেখ্য যে RBI য়ে ইতিপূৰ্বেও PhonePe ৰ ওপৰত জৰিমনা বিহিছে। ২০১৯ চনত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই)ৰ সৈতে জড়িত নিয়মসমূহ অমান্য কৰাৰ বাবে ১ কোটি টকা জৰিমনা বিহা হৈছিল আৰু ২০২০ চনত নিয়ন্ত্ৰণমূলক নীতি-নিয়ম উলংঘা কৰাৰ বাবে ১.৩৯ কোটি টকা জৰিমনা বিহা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd