• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা: বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীক এচিড আক্ৰমণ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 15, 2021 11:59 am
Acid-attack-750x375
197
VIEWS
Share on FacebookShare on Twitter

দিল্লী অথবা উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যত এচিড আক্ৰমণৰ ঘটনা তেনেই সাধাৰণ ঘটনা হৈ পৰিছে যদিও অসমত এনে ঘটনা কাচিৎহে ঘটিছিল।

শেহতীয়াকৈ ডিব্ৰুগড়ত এগৰাকী যুৱতীক বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই  এজন লোকে এচিড নিক্ষেপ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰৰ আমোলাপট্টিৰ মিৰ্জাবাগ নামৰ অঞ্চলটোত।

কালি সন্ধিয়া ডিব্ৰুগড়ৰ ছোহাম শ্বপিত কাম কৰা ৩৩ বছৰীয়া  যুৱতীগৰাকীয়ে কামৰ পৰা উভতি অহাৰ সময়তে পথৰ দাঁতিত পূৰ্বৰে পৰা ৰৈ থকা লোক জনে যুৱতীগৰাকীক লক্ষ্য কৰি এচিড নিক্ষেপ কৰে।

ফলত যুৱতীগৰাকীৰ শৰীৰৰ কেইবা ঠাইতো গুৰুতৰ জখম হয়।

লগে লগে যুৱতীগৰাকীক স্থানীয় লোকে চিকিৎসাৰ ব্যৱস্থা কৰে। ইপিনে ঘটনা সংঘটিত কৰিয়েই লোক জনে সেই ঠাইৰ পৰা পলায়ন কৰে।

পিছত যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে  এচিড আক্ৰমণ সংঘটিত কৰা লোক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক জনৰ নাম বুদ্ধদেৱ দাস বুলি জানিব পৰা গৈছে।

৫০ বছৰীয়া বুদ্ধদেৱ দাসে বহু দিনৰে পৰা যুৱতীগৰাকীক বিয়াৰ বাবে হেঁচা দি আহিছিল।

যুৱতীগৰাকতীয়ে বিয়াত বহিবলৈ অমান্তি হোৱাৰ বাবেই লোক জনে যুৱতী গৰাকীক এচিড আক্ৰমণ কৰে বুলি সন্দেহ কৰা হৈছে।

Recent News

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

পেহেলগাম আক্ৰমণত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগ! NSAৰ অধীনত আটক AIUDFৰ বিধায়ক

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd