• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচিৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হ’ব উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৩৫৯টা ষ্টেশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2018 9:35 am
New-Haflong-station-570x320

মেচিনৰ সহায়ত পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হ'ব ষ্টেশ্যনসমূহ।

152
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৩৫৯টা ষ্টেশ্যন অচিৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলৈ বিভিন্ন মেচিন ব্যৱহাৰ কৰা হ’ব। অহা ২ অক্টোবৰৰ পূৰ্বে ষ্টেশ্যনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ বাবে আন্তঃগাঁথনি সম্পূৰ্ণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ মুঠ ৫৪৭টা ষ্টেশ্যনৰ ১২৭টা ষ্টেশ্যনত প্লেটফৰ্মৰ ব্যৱস্থা নাই। ইয়াৰ ভিতৰত ২২ টা ষ্টেশ্যন ইতিমধ্যে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ২৭টা ষ্টেশ্যন হাতেৰে চাফা কৰি থকা হৈছিল। বাকী ৩৭১টা ষ্টেশ্যন সংশ্লিষ্ট ষ্টেশ্যন অধীক্ষকে স্থানীয় এজেঞ্চিক নিয়োগ কৰি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া মুঠ ৩৫৯টা ষ্টেশ্যন মেচিনেৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা হ’ব আৰু ২ অক্টোবৰৰ ভিতৰত ইয়াৰ আন্তঃগাঁথনি সম্পূৰ্ণ কৰা হ’ব।

ইয়াৰ পূৰ্বে ষ্টেশ্যন অধীক্ষকৰ নেতৃত্বত স্থানীয় এজেঞ্চিয়ে ষ্টেশ্যনসমূহ পৰিষ্কাৰ কৰি আহিছিল যদিও সেয়া আংশিকভাৱেহে পৰিষ্কাৰ হৈছিল। ইয়াৰ মাজৰ অধিকসংখ্যক ষ্টেশ্যনত লেতেৰা পৰিৱেশ বিৰাজ কৰিছিল। এতিয়া ইয়াৰে ৩৫৯টা ষ্টেশ্যন পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ পৰিব।

আনহাতে, মেচিনৰ সহায়ত পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলগীয়া ষ্টেশ্যনসমূহ ইতিমধ্যে বাছি উলিওৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ মুখ্য ষ্টেশ্যনকেইটাক ইয়াত সামৰি লোৱা হৈছে।

তদুপৰি, চাপৰমুখ, ডিফু, হোজাই, জাগীৰোড, লংকা, হয়বৰগাঁও, হাইলাকান্দি, জিৰণি, কুমাৰঘাট, মাহুৰ, নগাঁও, নিউ হাফলং, নিউ কৰিমগঞ্জ, নাৰেংগী, শিলঘাট টাউন, ডিব্ৰুগড় টাউন, দুলীয়াজান, যোৰহাট টাউন, তিনিচুকীয়া, নাজিৰা, শিৱসাগৰ, বৰপেটাৰোড, গোৱালপাৰা টাউন, মুৰ্কংচেলেক, উত্তৰ লখিমপুৰ, ৰঙাপৰা উত্তৰ, চিলাপথাৰ, আজাৰা, বকো, ডেকাৰগাঁও, যোগীঘোপা, মেণ্ডিপথাৰ, নলবাৰী, বিশ্বনাথ চালিআলি আদি ষ্টেশ্যনসমূহকো মেচিনেৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd