• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোটগ্ৰহণৰ সময়তে ৰক্তাক্ত পশ্চিমবংগ: চিআৰপিএফৰ গুলীত নিহত ৪ তৃণমূল কৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2021 2:44 pm
polls
410
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগত আজি পুনৰ ব্যাপক নিৰ্বাচনী হিংসাই গা কৰি উঠে।

ৰাজ্য খনত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ সময়তে চিআৰপিএফৰ গুলীত ৪ জনকৈ লোকৰ মৃত্যু ঘটে।

নিহত চাৰিও জন লোকেই তৃণমূল কংগ্ৰেছৰ সদস্য বুলি জানিব পৰা গৈছে।

পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মথাভাঙা বিধানসভা সমষ্টিৰ জোড়পাটকি নামৰ অঞ্চলটোৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত চিআৰপিএফে গুলী চালনা কৰাৰ ফলতে উক্ত লোক কেইজন নিহত হয়।

নিহত লোক কেইজনৰ নাম ক্ৰমে হামিদুল হক,মনিৰুল হক,ছামিয়ুল মিঞাআৰু আমজাদ হোছেইন বুলি জানিব পৰা গৈছে।

গুলীচালনাৰ ঘটনাটোত আন কেইবাজনো লোক গুৰুতৰ ভাবে আহত হৈছে।

আহত কেইবা জনৰো অৱ্স্থা সংকটজনক হোৱালৈ চাই নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি ভোটদানৰ বাবে মানুহে শাৰী পাতি থকাৰ সময়তে চিআৰপিএফৰ দলটোৱে ভোটাৰক লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে।

ফলত ঘটনাস্থলীতেো লোক চাৰি জনৰ মৃত্যু হয়।স্থানীয় লোকে লগতে এই বুলিও অভিযোগ কৰে যে পশ্চিমবংগত চিআৰপিএফে বিজেপি দলৰ হৈ কাম কৰি আহিছে।

ইপিনে চিআৰপিএফৰ সূত্ৰই প্ৰকাশ কৰা মতে ভোটাৰ সকলৰ মাজৰে একাংশই চিআৰপিএফৰ দলটোক আক্ৰমণ কৰাৰ বাবেই চিআৰপিএফে গুলী চলাবলৈ বাধ্য হয়।

এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

Recent News

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd