• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ক’ৰ’নোত্তৰ ভাৰতত দৰিদ্ৰতাৰ কৱলত পৰিব ৪০ কোটি অসংগঠিত ভাৰতীয় শ্ৰমিক’, ILO

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2020 3:20 pm
unnamed

প্ৰতিনিধিত্বমূলক ছবি

6.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত ভাৰতত প্ৰায় ৪০ কোটি শ্ৰমিক দৰিদ্ৰ সীমাৰেখাৰ তললৈ পৰ্যবসিত হ’ব। এই কথা ঘোষণা কৰিছে জেনেভাস্থিত আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO)ই।

ILOৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বত প্ৰায় ২.৭ বিলিয়ন শ্ৰমিক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ দ্বাৰা প্ৰভাম্বিত হৈছে।

ILOৰ মতে ইতিমধ্যে কোবিড১৯ আতংকৰ ফলত ভাৰত, নাইজেৰিয়া, ব্ৰাজিলৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকল অৰ্থনৈতিকভাৱে অতি সাংঘাতিকভাৱে বিপৰ্যস্ত হৈছে।

ভাৰতত প্ৰায় ৯০ শতাংশ শ্ৰমিকেই অসংগঠিত খণ্ডৰ শ্ৰমিক। ক’ৰ’নাতংকৰ অৰ্থনৈতিক সংকটৰ পিছত ভাৰতৰ অসংগঠিত খণ্ডৰ এই ৪০ কোটি শ্ৰমিকৰ জীৱন দৰিদ্ৰ সীমাৰেখা তললৈ নিম্নগামী হ’ব।

ILOএ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ উদ্ধৃতি দি কৈছে যে কোবিড১৯ৰ আতংকৰ বাবে কৰ্মস্থলীৰ পৰা গৃহাভিমুখে যাত্ৰা কৰা অসংগঠিত শ্ৰমিকসকলক প্ৰয়োজনীয় চৰকাৰী সঁহাৰিৰ প্ৰদান কৰাও হোৱা নাছিল। যাৰ বাবে উক্ত শ্ৰমিকসকল অধিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

হঠাৎ ঘোষণা কৰা ল’কডাউনৰ ফলস্বৰূপে অসংগঠিত শ্ৰমিকসকল কৰ্মস্থলীৰ পৰা নিজৰ শ শ কিলোমিটাৰ দূৰত্ব খোজেৰে অতিক্ৰম কৰি নিজ গৃহত উপস্থিত হৈছিল।

ILO ৰ মতে সুনিৰ্দিষ্ট আঁচনিৰ অবিহনে ভাৰতৰ অসংগঠিত শ্ৰমিকসকলৰ জীৱিকাৰ  এই সংকট মোচন কৰা সম্ভৱ নহ’ব।

Tags: COVID-19

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd