• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 7:15 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰীৰিক বেমাৰ চিনিব পাৰিলেও মানসিক ৰোগ ধৰাটো টান! প্ৰায় সকলোৱেই মনৰ গভীৰত লুকাই থকা যন্ত্ৰণাত প্ৰায় সকলোৱে ভুগি আছে। মানসিক বিষণ্ণতাই শিপাইছে। সমগ্ৰ বিশ্বতে মানসিক বিষণ্ণতা বৃদ্ধি পাইছে। আৰু মানুহবোৰ অনবৰতে ইয়াৰ মাজত ডুব গৈ আছে।

শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘WHO’ই এনে এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। কোৱা হৈছে যে বিশ্বৰ ১০০ কোটিতকৈও অধিক লোক ‘মানসিক স্বাস্থ্যৰ বিকাৰ’ত ভুগি আছে। প্ৰতিবেদন অনুসৰি প্ৰতি সাতজন লোকৰ ভিতৰত এজন মানসিক বিষণ্ণতাত ভুগি আছে।

Apply Now

বেছিভাগ ক্ষেত্ৰতে মানুহক চিন্তা আৰু হতাশাই আগুৰি থাকে। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে দুটা প্ৰতিবেদন। এটাৰ নাম ‘ৱৰ্ল্ড মেন্টেল হেল্থ টুডে’ আৰু দ্বিতীয়টোৰ নাম ‘মেন্টেল হেল্থ এটলাছ ২০২৪’। প্ৰতিবেদনত কোৱা হৈছে যে এই ‘ৰোগ’য়ে ক’ৰ’না পৰিস্থিতিত অধিক বিপজ্জনক ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে কেইবাখনো দেশে নাগৰিকৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি একাধিক নীতি গ্ৰহণ কৰিছে। বিভিন্ন সিদ্ধান্ত লৈছে। কিন্তু তাৰ ফল কি? এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বিষণ্ণতাই এনে এক স্থানলৈ লৈ গৈছে য’ত আত্মহত্যাৰ প্ৰৱণতাও বৃদ্ধি পাইছে।

যুৱক-যুৱতীসকলৰ মাজত এই প্ৰৱণতা অতি বেছি। পৃথিৱীৰ প্ৰতি ১০০ জনৰ ভিতৰত এজনে আত্মহত্যাৰ পথ বাছি লৈছে। প্ৰাপ্তবয়স্কৰ মাজতো স্কিজ’ফ্ৰেনিয়া আৰু বাইপোলাৰ ডিছঅৰ্ডাৰৰ দৰে সমস্যা বাঢ়িছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰায় ২০০ জনৰ ভিতৰত এজন আৰু ১৫০ জনৰ ভিতৰত এজন প্ৰাপ্তবয়স্ক এই সমস্যাত ভুগিছে।

এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ প্ৰকাশ কৰা হৈছে। তথ্য অনুসৰি এই ৰোগৰ আৰম্ভণি ২০২০ চনৰ পৰা আৰম্ভ হৈছে। ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে আগুৰি ধৰে। অৰ্থনীতিৰ পৰা আৰম্ভ কৰি একাধিক সমস্যাই মানুহৰ ওপৰত চাপ বঢ়াবলৈ ধৰিলে। কোনোবাই যদি চাকৰি হেৰুৱাইছে আৰু কোনোবাই আপোনজনক হেৰুৱাইছে।

সাধাৰণ মানুহৰ জীৱনশৈলীতো আমূল পৰিৱৰ্তন ঘটিছে। ফলত ক্ৰমান্বয়ে মানসিক চাপ বাঢ়িছে। সেইবাবেই এই মানসিক বিষণ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd