• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2025 12:14 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সিন্দুৰত ‘মেড ইন ইণ্ডিয়া’ অস্ত্ৰৰ শক্তি প্ৰমাণ পালে সমগ্ৰ বিশ্বই। সীমান্তৰ সিপাৰৰ পৰা অহা একাধিক ড্ৰ’ন ধ্বংস কৰি ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই শিৰোনাম দখল কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাজনো মন্ত্ৰী আৰু নেতাৰ ভাষণত বহুবাৰ এই বিষয়টো উত্থাপন হৈছে। কিন্তু এই অভিযানত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ অৱদান কম নাছিল।

বিশেষকৈ ইছৰোৰ উপগ্ৰহই এই অভিযানত যিদৰে সহায় কৰিছিল, সেয়া কোনো কাৰণতে কম নহয়। আৰু সেই অৱদানৰ ওপৰত আজি আলোকপাত কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে।

তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ সময়ত কমেও ৪০০ বিজ্ঞানীয়ে দিনে নিশাই কাম কৰিছিল। কেৱল সেয়াই নহয়, ইছৰোৰ বিষয়াসকলেও কয় যে উপগ্ৰহৰ পৰা লাভ কৰা নিৰাপত্তা সম্পৰ্কীয় সকলো তথ্য প্ৰতি মুহূৰ্ততে শ্বেয়াৰ কৰা হৈছিল।

ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে মঙলবাৰে অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানত তেওঁ অপাৰেচন সিন্দুৰ অভিযানৰ সময়ত ইছৰোৱে কেনেদৰে সহায় কৰিছিল সেই বিষয়ে তথ্য দাঙি ধৰে। ইছৰোৰ বিষয়াগৰাকীয়ে কয় যে, “পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ সময়ত সকলো উপগ্ৰহে ২৪ ঘণ্টাই কাম কৰিছিল। প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰা হৈছিল।” কেৱল সেয়াই নহয়, ভি নাৰায়ণনেও কয় যে ৪০০ গৰাকী বিজ্ঞানীয়ে দিনে নিশাই কাম কৰিছিল। তেওঁৰ মতে, সকলো উপগ্ৰহই পৃথিৱীৰ কক্ষপথত অহৰহ চকু ৰাখিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

কাটাৰত ইজৰাইলৰ আক্ৰমণৰ সমালোচনা ট্ৰাম্পৰ! শান্তিৰ আহ্বান…

September 10, 2025 12:43 pm
দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd