• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

by
September 10, 2025 12:16 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ পৰিকল্পনাৰ বাবে ৰাজ্যিক নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচন আয়োগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। বিহাৰত SIR সফল ৰূপায়ণৰ পিছত কেনেকৈ দেশজুৰি ৰূপায়ণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ বাবে এই বৈঠক আয়োজন কৰা বুলি সদৰী কৰিছে। উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত জ্ঞানেশ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰ পিছত এইখন তৃতীয়খন এনে বৈঠক।

আয়োগৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি অবৈধ বিদেশী প্ৰব্ৰজনকাৰীক জন্মস্থান পৰীক্ষা কৰি ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাটোৱেই হৈছে এছ আই আৰৰ মূল লক্ষ্য। বিষয়াসকলে ঘৰলৈ গৈ সবিশেষ পৰীক্ষা কৰিব আৰু তালিকাসমূহ সঠিক হোৱাটো নিশ্চিত কৰিব। ভোটদানৰ বাবে আবেদন কৰা বা আন ৰাজ্যৰ পৰা স্থানান্তৰিত হোৱা লোকৰ বাবে সংযোজন কৰা হৈছে নতুন প্ৰ-পত্ৰ। ১৯৮৭ চনৰ ১ জুলাইৰ আগতে ভাৰতত জন্ম হোৱা বুলি ঘোষণা কৰিব লাগিব, আৰু জন্ম তাৰিখ আৰু স্থানৰ প্ৰমাণ দেখুৱাব লাগিব। ১৯৮৭ চনৰ পৰা ২০০৪ চনৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলেও পিতৃ-মাতৃৰ জন্মৰ সবিশেষ দিব লাগিব।

Apply Now

ইফালে নথি-পত্ৰৰ অভাৱত বিহাৰৰ বহু যোগ্য ভোটাৰে ভোটাধিকাৰ হেৰুৱাব পাৰে বুলি বিৰোধী দলসমূহে উদ্বেগ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে ইচিক কোনো প্ৰকৃত নাগৰিক জাতে বাদ নপৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। কিছুমান ৰাজ্যই তেওঁলোকৰ শেষৰ SIR ৰ পৰা পুৰণি ভোটাৰ তালিকা অনলাইনত ৰাখিছে। ২০০৮ চনত দিল্লী আৰু ২০০৬ চনত উত্তৰাখণ্ডে এই ব্যৱস্থা কৰিছে। অসম আৰু কেৰালাৰ দৰে ৰাজ্যত ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চলিত বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া নতুন সংশোধনৰ বাবে এই পুৰণি তালিকাসমূহে ২০০৩ চনৰ বিহাৰৰ তালিকাৰ দৰেই কাট অফ পইণ্ট হিচাপে সহায় কৰিব বুলি সদৰী কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd