• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চতুৰ্থ বৰ্গৰ খালী পদ পূৰণ নকৰাৰ বাতৰি সঁচা নহয় : বিত্ত বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 6:39 am
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

538
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমুহ পূৰণ নকৰে বুলি ৰাজ্যৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সত্য নহয় বুলি দেওবাৰে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদসমুহ পুৰণ নকৰি পদসমূহ নিচিহ্ন কৰিব ওলোৱা বুলি কেইবাটাও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও চৰকাৰে এই পদসমুহ বহিঃউৎসযোগে পুৰণ কৰা বুলিও বাতৰিত প্ৰকাশ পাইছিল।

এই বাতৰিৰ পাচত দেওবাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দি এই বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি কয় অসম চৰকাৰৰ বিত্ত বিভাগে। এই সন্দৰ্ভত বিভাগটোৰ প্ৰধান সচিৱে কয়, ‘’২০১৬ চনৰ মে মাহৰ পৰা ২০১৮ চনৰ মাৰ্চ মাহলৈকে সৰ্বমুঠ ৩৭১১ টা চতুৰ্থ বৰ্গৰ খালী পদ পুৰণ কৰা হৈছে।‘’

ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ ৩১৮ টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে বিত্ত বিভাগে অনুমোদন জনোৱা বুলিও এই স্পষ্টীকৰণত প্ৰকাশ পায়।

বিত্ত বিভাগে এই স্পষ্টীকৰণযোগে ৰাইজক এনেধৰণৰ ভিত্তিহীন বাতৰিৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও আহ্বান জনায়।

Recent News

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd