• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজলৈ সকাহ নহয় বোজা : শীঘ্ৰে ৫ শতাংশলৈ বৃদ্ধি হ’ব বিদ্যুৎ মাচুল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 8:36 am
Assam-Assembly-Report

অসম বিধান সভা। ফাইল ছবি।

198
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল ৫ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ ৰখা বিধেয়ক এখন বৃহস্পতিবাৰে বিধানসভাত গৃহীত কৰে। আনহাতে, বিৰোধী কংগ্ৰেছ দলে ইয়াৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে।

ৰাজ্য চৰকাৰে বাজেটত কৰা ঘোষণা অনুসৰিয়ে সোণোৱাল চৰকাৰে ৫ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধিৰ পদক্ষেপ  গ্ৰহণ কৰা বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ বাবে বৃহস্পতিবাৰে বিধানসভাত অসম বিদ্যুৎ কৰ (সংশোধনী) বিধেয়ক, ২০১৮’ শাসক পক্ষৰ পূৰ্ণ সমৰ্থনত গৃহীত হয়।

আনহাতে, বিৰোধী পক্ষই অনা সংশোধনী প্ৰস্তাৱ খণ্ডন কৰি বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই কৰ আৰোপৰ ফলত সংগৃহীত ধন বিদ্যুৎ কৰ্মচাৰীসকলৰ পেন্সন পুঁজিত জমা হ’ব। তেওঁ কয় যে এই পেন্সন পুঁজিৰ বাবে ৰাজ্য চৰকাৰে বছৰি অনুদান দিব লাগে। কিন্তু নিয়মীয়াকৈ এই অনুদান সম্পূৰ্ণকৈ আদায় দিব নোৱাৰাত বকেয়াৰ পৰিমাণ ৪৫০০ কোটি টকা হৈছেগৈ। চৰকাৰে এই পৰিমাণৰ ধন আদায় দিব নোৱাৰে কিয়নো সেইটো কৰিবলৈ গ’লে সকলো ধৰণৰ উন্নয়নমূলক কামেই স্তব্ধ হৈ পৰিব।

বৰ্তমান এই কৰ প্ৰতি ইউনিট বিদ্যুতত ২০ পইচাকৈ আৰোপ কৰাৰ বিপৰীতে নতুন সংশোধনী অনুসৰি বিদ্যুৎ মাচুল আৰু স্থায়ী মাচুলৰ ৫ শতাংশ বিদ্যুৎ কৰ (ইলেক্‌ট্ৰিচিটী ডিউটী) হিচাপে সংগ্ৰহ কৰা হ’ব।

ইয়াৰ পূৰ্বে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে সদনত কয় যে বৰ্তমান সময়ত বয়-বস্তুৰ দাম বৃদ্ধিত সৰ্বসাধাৰণ জুৰুলা হৈ পৰাৰ সময়ত  সংশোধিত বিদ্যুৎ কৰে  লোকসকলক অসুবিধাত পেলাব। হুছেইনে সদ্যহতে বিধেয়কখন স্থগিত ৰাখি পৰৱৰ্তী সময়ত বিবেচনাৰ বাবে আনিবলৈ বিত্তমন্ত্ৰীক আহ্বান জনায়।

পিছত অধ্যক্ষই ধ্বনি ভোটত বিধেয়কখন গৃহীত কৰিব বিচৰাৰ সময়তে কংগ্ৰেছ দলৰ বিধায়কসকলে সদন ত্যাগ কৰে। কিন্তু এই প্ৰতিবাদৰ পিছত শাসক পক্ষৰ বিধায়কসকলে বিধেয়কখন গৃহীত কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd