• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজামুদ্দিনৰ জামাতলৈ যোৱা লখিমপুৰৰ ছয় ব্যক্তিক চিনাক্ত

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
March 31, 2020 10:14 pm
6 from Lakhimpur among Nizamuddin Tablig returnee

নিজামুদ্দিন মাৰ্কাজৰ ছবি, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি কৰ’নাভাইৰাছ বিয়পাৰ অন্যতম কেন্দ্ৰৰূপে চিনাক্ত হোৱা নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক চিনাক্ত কৰা হৈছে।

এই ব্যক্তিকেইজন লকডাউনৰ পূৰ্বেই উক্ত স্থানৰ পৰা উভতি আহিছিল।

ব্যক্তিকেইজন হৈছে—উত্তৰ লখিমপুৰ চহৰৰ বজাৰপট্টিৰ আব্দুল কাদিৰ, চক বজাৰৰ জাহিদ আলি মৌলানা, কে বি ৰ’ডৰ আব্দুল নুৰ গাজি, চাবতি পদুমণিৰ হাছেম আলি আৰু তজমুল ইছলাম আৰু বঙালমৰাৰ আব্দুল জলিল।

লখিমপুৰ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে মঙলবাৰে ব্যক্তিকেইজনক চিনাক্ত কৰি ষ্টাম্প লগাই দিয়ে।

পৰৱৰ্তী ১৪ দিনলৈকে তেওঁলোকক কুৱাৰাণ্টাইনড কৰা হৈছে।

দেশজুৰি কৰ’নাভাইৰাছত ১০ গৰাকী লোকৰ মৃত্যু আৰু ৪০০তকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ লগত নিজামুদ্দিনৰ সমাৱেশৰ সম্পৰ্ক থকা বুলি বাতৰি প্ৰকাশ পাইছে।

উক্ত ধৰ্মীয় সমাৱেশত অসমৰো প্ৰায় তিনিশ লোকে ভাগ লোৱাৰ বাতৰিয়ে ৰাজ্যখনত ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এইসকল লোক অসমলৈ উভটি আহিছে নেকি তাৰ সন্ধান কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

“তেনে লোকৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহাসকলক পৃথকে ৰখাৰ ব্যৱস্থা কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে,” মন্ত্ৰী শৰ্মাৰ টুইট৷

Tags: COVID19
ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd