• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজামুদ্দিনৰ জামাতলৈ যোৱা লখিমপুৰৰ ছয় ব্যক্তিক চিনাক্ত

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
March 31, 2020 10:14 pm
6 from Lakhimpur among Nizamuddin Tablig returnee

নিজামুদ্দিন মাৰ্কাজৰ ছবি, সৌজন্য- ইন্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি কৰ’নাভাইৰাছ বিয়পাৰ অন্যতম কেন্দ্ৰৰূপে চিনাক্ত হোৱা নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতলৈ যোৱা লখিমপুৰৰ ছজন ব্যক্তিক চিনাক্ত কৰা হৈছে।

এই ব্যক্তিকেইজন লকডাউনৰ পূৰ্বেই উক্ত স্থানৰ পৰা উভতি আহিছিল।

Apply Now

ব্যক্তিকেইজন হৈছে—উত্তৰ লখিমপুৰ চহৰৰ বজাৰপট্টিৰ আব্দুল কাদিৰ, চক বজাৰৰ জাহিদ আলি মৌলানা, কে বি ৰ’ডৰ আব্দুল নুৰ গাজি, চাবতি পদুমণিৰ হাছেম আলি আৰু তজমুল ইছলাম আৰু বঙালমৰাৰ আব্দুল জলিল।

লখিমপুৰ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে মঙলবাৰে ব্যক্তিকেইজনক চিনাক্ত কৰি ষ্টাম্প লগাই দিয়ে।

পৰৱৰ্তী ১৪ দিনলৈকে তেওঁলোকক কুৱাৰাণ্টাইনড কৰা হৈছে।

দেশজুৰি কৰ’নাভাইৰাছত ১০ গৰাকী লোকৰ মৃত্যু আৰু ৪০০তকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ লগত নিজামুদ্দিনৰ সমাৱেশৰ সম্পৰ্ক থকা বুলি বাতৰি প্ৰকাশ পাইছে।

উক্ত ধৰ্মীয় সমাৱেশত অসমৰো প্ৰায় তিনিশ লোকে ভাগ লোৱাৰ বাতৰিয়ে ৰাজ্যখনত ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এইসকল লোক অসমলৈ উভটি আহিছে নেকি তাৰ সন্ধান কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

“তেনে লোকৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহাসকলক পৃথকে ৰখাৰ ব্যৱস্থা কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে,” মন্ত্ৰী শৰ্মাৰ টুইট৷

Tags: COVID19
ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd