• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদূষণঃ দেশৰ ভিতৰতে শীৰ্ষত গুৱাহাটী, চিকিৎসালয়ত ভৰ্তি ৩৬ শিশু-কিশোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2023 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশংকা কৰাৰ দৰেই প্ৰদূষণে গ্ৰাস কৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীক। এসময়ত প্ৰদূষণমুক্ত গুৱাহাটী লাহে লাহে দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰলৈ পৰিণত হৈছে। বায়ুৰ গুণাগুণ সূচকাংকৰ অহৰহ অৱনতিৰ ফলত চহৰখনে আজিৰ দিনটোত বিশ্বৰ ভিতৰতে নৱম স্থানত অধিষ্ঠিত হোৱাৰ লগতে দেশৰ ভিতৰত শীৰ্ষ স্থানত অৱস্থান কৰিছে।

আজিৰ দিনটোত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্স হৈছে ২১১ আৰু দিল্লীৰ এয়াৰ কুৱালিটি ইনডেক্স হৈছে ২০৮। ২০২ সূচাংকৰেৰে গুৱাহাটীৰ মাজৰে দিছপুৰ আচে তৃতীয় স্থানত।

ইমানৰ পাছতো বগাহাতীত পৰিণত চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সাৰ পোৱা নাই। ইফালে মহানগৰীৰ চাৰিওদিশে নিৰ্মীয়মান উৰণীয়া সেতু, ছয়লেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সুউচ্চ আট্টালিকা আৰু ক্ৰমবৰ্ধমান যান বাহনে গুৱাহাটীৰ বায়ুক অধিক প্ৰদূষিত কৰি তুলিছে।

ইতিমধ্যে বায়ু প্ৰদূষণৰ ফলত শিশুসহ বহু লোকে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে। অবাধ বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি শিশু কিশোৰসহ বহু লোকে চিকিৎসাধীন হ’বলগীয়া হৈছে। জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনোৱা মতে, ৩৬ গৰাকী শিশু আৰু কিশোৰক এতিয়ালৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে বৰ্তমান সকলো শিশুৰ অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰিছে শৰ্মাই।

চিকিৎসাধীন বেছিভাগৰ ক্ষেত্ৰতে ব্ৰংকিঅ’লাইটিছ, হাঁপানী আৰু নিউমোনিয়াৰ দৰে সমস্যাৰ দেখা গৈছে। শ্বাস-প্ৰশ্বাসৰ জটিলতাৰ বাবে বিগত ২৪ ঘণ্টাত ৩৬টা শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ৩৬টা শিশুৰ ভিতৰত ২৫টা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল।

ইফালে জি এম চি এইচৰ অধীক্ষকে নাগৰিকসকলক ঘৰৰ পৰা ওলাই গ’লে মাস্ক পিন্ধিবলৈ আৰু শিশুসকলক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি, লোকে শ্বাস-প্ৰশ্বাসত অস্বস্তি অনুভৱ কৰাৰ লগে লগে স্বাস্থ্যকৰ্মীৰ পৰা তৎক্ষণাত পৰামৰ্শ ল’বলৈ আহ্বান জনাইছে চিকিৎসকে।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে চাম চৰকাৰক বায়ু প্ৰদূষণ আৰু কঠিন আৱৰ্জনা নিষ্কাশনৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ ৰোড মেপ প্ৰস্তুত কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে।

এন জি টিয়ে নিজৰ আদেশত উল্লেখ কৰিছে যে, সংশ্লিষ্ট সমিতিখনে অসমৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বায়ুৰ গুণাগুণৰ ওপৰত নিয়মীয়াকৈ পৰীক্ষা ৰাখিব লাগিব। ইয়াৰ উপৰিও ইয়াত কোৱা হৈছে যে ইয়াৰ নাগৰিকসকলৰ বাবে প্ৰদূষণমুক্ত পৰিৱেশ নিশ্চিত কৰাটো ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ সাংবিধানিক দায়িত্ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd