• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 8:31 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ফ্ৰান্সে এক বৃহৎ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে, চেবাষ্টিয়ান লে কৰ্নেলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পেৰিছকে ধৰি বিভিন্ন চহৰত শ শ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদকাৰী। বাছত জুই জ্বলোৱাৰ পৰা ৰে’লৰ বিদ্যুৎ যোগান বিচ্ছিন্ন কৰালৈকে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছে। স্বৰাষ্ট্ৰ মন্ত্ৰী ব্ৰুনো ৰিটেইল’ই অভিযোগ কৰিছে যে প্ৰতিবাদকাৰীসকলে ‘বিদ্ৰোহৰ পৰিৱেশ’ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে।

প্ৰতিবাদকাৰীৰ প্ৰশ্ন—ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কিয় চেবাষ্টিয়ান লে কৰ্নেলক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে? পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। সংবাদ সংস্থা এ পিৰ মতে, এতিয়ালৈকে কমেও ২০০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

‘সকলো অৱৰোধ’ৰ আহ্বানৰ সৈতে ৰাজপথত নামিছে প্ৰতিবাদকাৰীসকল। এই প্ৰতিবাদৰ বাবে অনলাইনৰ জৰিয়তে আহ্বান জনোৱা হৈছিল, যদিও ৰাজহুৱা স্থানত কোনো নেতা প্ৰকাশ্যে ওলাই নাহিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী মোতায়েনৰ লগতে বেৰিকেড স্থাপন কৰা হৈছে। তথাপিও অশান্তিৰ খবৰ অব্যাহত আছে।

ফ্ৰান্সৰ অৰ্থনৈতিক সংকট আৰু নাগৰিকৰ দৈনন্দিন খৰচ বৃদ্ধিয়ে এই পৰিস্থিতৈক অধইক উত্তেজিত কৰিছে। উগ্ৰ সোঁপন্থী ৰাষ্ট্ৰীয় সমাৱেশে এই সংকটক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। শেহতীয়াকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ফ্ৰান্সোৱা বেৰুডৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল। সোমবাৰে ফ্ৰান্সৰ সংসদৰ ৫৭৭ জন সদস্যৰ ভিতৰত ৩৩১ জনে বেৰুডৰ বিৰুদ্ধে ‘অনাস্থা’ ভোট দিয়ে, যাৰ ফলত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। বিগত বছৰৰ ডিচেম্বৰত প্ৰধানমন্ত্ৰী হোৱা বেৰুডে মাত্ৰ ৯ মাহৰ ভিতৰত এই ভোটত পৰাজিত হয়।

ইয়াৰ পূৰ্বে, ২০২৪ৰ ৪ ডিচেম্বৰত তৎকালীন প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়েৰো ‘অনাস্থা’ ভোটত পৰাজিত হৈছিল। বাওঁপন্থী আৰু উগ্ৰ সোঁপন্থী সদস্যৰ বিৰোধিতাৰ ফলত তেওঁ পদত্যাগ কৰে। ফ্ৰান্সত এই দ্বিতীয়বাৰৰ বাবে একেৰাহে প্ৰধানমন্ত্ৰী ‘অনাস্থা’ ভোটত পৰাস্ত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd