• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ আৰক্ষীৰ জালত ৬ তেলচোৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 10, 2020 5:13 pm
6 oil thieves arrested in Sivasagar

ধৃত চোৰ ছজন।

6.2k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ আৰু আমগুৰি আৰক্ষীৰ যৌথ অভিযানত বুধবাৰে আটক হৈছে ছয় তেলচোৰ।

আটক তেলচোৰকেইজন হল দিগেন্দ্ৰ নাথ, বেদব্ৰত গগৈ, পংকজজ্যোতি শৰ্মা, তুলন সোণোৱাল, কৃষ্ণমণি কাকতি আৰু আলিমুদ্দিন আহমেদ।

অভিযানটোত নেতৃত্ব দিছিল শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা, শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰা আৰু আমগুৰি থানাৰ অ’চি বীৰেন বৰুৱাই।

শিৱসাগৰৰ খড়াগড়ত সংঘটিত হৈছিল এই তেল চুৰি ঘটনা।

অইলৰ তেল পৰিবাহী পাইপ ফুটা কৰি ভেল্ব লগাই সংঘটিত কৰিছিল এই চুৰি কাৰ্য।

খড়াগড় চাৰিআলিৰ সমীপত প্ৰায় দুমাহৰ পূৰ্বে অইলৰ তেল পৰিবাহী পাইপত ভেল্ব লগাই তেল চুৰি কৰি আহিছিল এই তেলচোৰ চক্ৰটোৱে।

পংকজজ্যোতি শৰ্মা নামৰ তেল চোৰটোৱে জাঁজীৰ কোনো এক স্থানত চুৰি কৰা তেলসমূহ মজুত কৰাৰ কথা প্ৰকাশ কৰে আলিমুদ্দিন আহমেদ নামৰ তেল চোৰটোৱে।

আলিমুদ্দিন নামৰ তেলচোৰটোৱে সাংবাদিকক জনোৱা মতে, শিৱসাগৰৰ কালুগাঁৱৰ খড়াগড়ৰ মাজেদি যোৱা অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপৰ দুটা স্থানত ফুটা কৰি ভেল্ব লগাই থৈছিল তেল চোৰ চক্ৰটোৱে।

উক্ত ভেল্ভ খুলি কেইবাবাৰো তেল চুৰি কৰা কথা কয় ধৃত আমিনে।

ভেল্ব স্থাপন কৰাৰ বাবদ তেল চুৰি চক্ৰটোৱে আলিমুদ্দিনক ৩ হাজাৰ টকা দিয়া বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে।

তেওঁ লগতে কয় পংকজ শৰ্মা নামৰ চোৰটোৱে তেলখিনি বিক্ৰী হোৱাৰ পাছত লাভৰ অংশ আলিমুদ্দিনক দিব বুলি কৈছিল।

Recent News

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd