• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱায়ানাডৰ ভূমিস্খলনত বৰ্তমানলৈ ৬৩জন লোকৰ মৃত্যু; শ শ লোক আবদ্ধ হৈ থকাৰ আশংকা, কেৰালাত ৰেড এলাৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2024 3:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে পুৱা ধাৰাসাৰ বৰষুণৰ মাজতে কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলনৰ ফলত কমেও ৬৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১৬ জন আহত হোৱাৰ লগতে শতাধিক লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। চাৰি ঘণ্টাৰ ভিতৰত ৱায়ানাডত তিনিটাকৈ ভূমিস্খলন হোৱাৰ ফলত এন ডি আৰ এফ আৰু সেনাকে ধৰি একাধিক সংস্থা উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে।

মুণ্ডক্কাই, চৌৰলমালা, আট্টামালা, আৰু নুলপুজা গাঁওসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত আছিল। বহু লোকক চলিয়াৰ নদীত উটুৱাই নিয়াৰ আশংকা কৰা হৈছে।

এক বিবৃতিত ভাৰতীয় সেনাই চিকিৎসা দলকে ধৰি ২২৫ জন জোৱান নিয়োগ কৰা বুলি জানিবলৈ দিয়ে। বায়ুসেনাৰ দুখন হেলিকপ্টাৰ, এখন মি-১৭ আৰু এখন এ এল এইচ (এডভান্সড লাইট হেলিকপ্টাৰ)কো সেৱাত যোগদান কৰা হৈছে।

কেৰালাৰ মন্ত্ৰী বীনা জৰ্জে কয় যে ভাৰতীয় নৌসেনাৰ এটা দলেও উদ্ধাৰ অভিযানত সহায় কৰিব। জিলাখনৰ এখন দলং যিয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক নিকটতম চহৰ চৌৰালমালা চহৰৰ সৈতে সংযোগ কৰিছিল, সেই দলংখনো জাহ গৈছে বুলি জৰ্জে কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে বাৰ্তালাপ কৰি সংকটৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা সকলো সহায়ৰ আশ্বাস দিয়ে।

ভূমিস্খলনত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। আহতসকলে লাভ কৰিব ৫০ হাজাৰ টকা।

এক বিবৃতিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কয় যে চলি থকা সাহায্য প্ৰচেষ্টা চোৱাচিতা কৰিবলৈ ৱায়ানাদত পাঁচজন মন্ত্ৰীৰ এটা প্ৰতিনিধি দল নিযুক্তি দিয়া হৈছে।

ইফালে ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত এটা কন্ট্ৰল ৰুম মুকলি কৰা হয়। জৰুৰীকালীন সাহায্যৰ বাবে হেল্পলাইন নম্বৰ ৯৬৫৬৯৩৮৬৮৯ আৰু ৮০৮৬০১০৮৩৩ জাৰি কৰা হয়।

এক্সত এটা পোষ্টত ৱায়ানাদৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে কয় যে তেওঁ ভূমিস্খলন আৰু ইয়াৰ ফলত হোৱা লোকৰ প্ৰাণ হেৰুৱাৰ বাবে গভীৰভাৱে যন্ত্ৰণাত ভুগিছে। কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপালে কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা দুয়োজনেই হয়তো ৱায়ানাড ভ্ৰমণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd