• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতাৰ ৭৮ বছৰৰ পাছত ত্ৰিপুৰাৰ দুখন দুৰ্গম গাঁৱত লাভ কৰিলে বিদ্যুৎ সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 6:39 pm
245
VIEWS
Share on FacebookShare on Twitter

বিশ্বগুৰু হোৱাৰ সপোন দেখা এইখন ভাৰতবৰ্ষত এতিয়াও এনে কিছু ঠাই আছে য’ত আজি পৰ্যন্ত উন্নয়নৰ মুখ দেখা নাই। অৱশেষত স্বাধীনতাৰ ৭৮ বছৰৰ পাছত ত্ৰিপুৰাৰ ধলাই জিলাৰ তেনে দুখন দুৰ্গম গাঁও বট্টা পাৰা আৰু সম্ভুৰাম পাৰাত লাভ কৰিলে বিদ্যুৎ সংযোগ।

বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহা এই গাঁও দুখনত ২৮ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুৎ সেৱা উপলব্ধ হয়। সৌৰশক্তিচালিত গ্ৰীড স্থাপনৰ জৰিয়তে বিদ্যুৎ সেৱা লাভ কৰে। উল্লেখযোগ্য যে গাঁও দুখনত এই সৌৰশক্তিৰ প্ৰকল্পটোৱে ৮২টা পৰিয়ালক উপকৃত কৰিব।

এই বৃহৎ প্ৰকল্পটোৰ উপৰিও গাঁও দুখনত সৌৰচালিত ষ্ট্ৰীট লাইট আৰু উন্নত পানী যোগান ব্যৱ্স্থাও স্থাপন কৰা হৈছে ।

৫০ লাখৰো অধিক ধন ব্যয় সাপেক্ষে এই প্ৰকল্পটো ত্ৰিপুৰা নবীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা(TREDA)ই নিৰ্মাণ কৰা এই প্ৰকল্পটো সম্পূৰ্ণ ত্ৰিপুৰাৰ শক্তি মন্ত্ৰী ৰতন লাল নাথে গাঁওসমূহ পৰিদৰ্শন কৰে।

Recent News

প্ৰতিদিনে পুৱা খালী পেটত আমলখি খালে লাভ কৰিব এইসমূহ উপকাৰিতা…

প্ৰতিদিনে পুৱা খালী পেটত আমলখি খালে লাভ কৰিব এইসমূহ উপকাৰিতা…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd