• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ কামে হৰ্চট্ৰেডিং, মই কতো আত্মসমৰ্পন কৰা নাই হিমন্তইহে কৰিছে : তৰুণ গগৈ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 11, 2020 8:58 pm
"Who am I?" asks former Assam CM Tarun Gogoi

তৰুণ গগৈৰ ফাইল ছবি। নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য সভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁলোক সুখী বুলি মত ব্যক্ত কৰে।

‘‘আমি এজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ কথা ভাবি আছিলো, এতিয়া আমি সুখী যিহেতু এই ক্ষেত্ৰত কৃতকাৰ্য্যতা লাভ কৰিছো,’’ তৰুণ গগৈয়ে কয়।

Apply Now

আনহাতে, অজিত কুমাৰ ভূঞাই ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব সেয়া নিশ্চিত হৈছে বুলি মন্তব্য কৰি প্ৰিয়ংকা গান্ধীৰ নাম চৰ্চালৈ অহাই নাই বুলি গগৈয়ে কয়।

‘‘প্ৰিয়ংকাৰ নাম চৰ্চালৈ আহিলে কোনে বাধা দিব৷ তেওঁ ইচ্ছাও কৰা নাই,’’ গগৈ লগতে কয়।

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতাক ২০২১ নিৰ্বাচনত ৰাইজে ভালকৈহে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে এআইয়ুডিএফৰ লগত বিজেপিয়েহে প্ৰথমে হাত মিলাইছে বুলি লগতে কয়।

বিজেপিয়ে হাত মিলালে ভাল আৰু আমি হাত মিলালে বেয়া, প্ৰেম কৰিলে খোলা-খুলিকৈ কৰিব লাগে বুলিও বিজেপিক সমালোচনা কৰে তৰুণ গগৈয়ে।

সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমবাসীক ঠগাইছে বুলিও মন্তব্য কৰি তৰুণ গগৈয়ে ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে বিধানসভা নিৰ্বাচনত লাভ কৰিব বুলি কয়।

তদুপৰি, হিমন্তই ৰাজ্যসভাৰ তৃতীয়টো পদৰ বাবেও চিন্তা কৰিম বুলি কোৱা প্ৰসংগ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নত গগৈয়ে কয়, ‘‘তেওঁ আশ্বাসেই দিছিল আমি জিকাই দিম৷ সেয়েহে তেওঁ চেষ্টা কৰিব কাৰণ তেওঁৰটো টকা-পইচা ভৰি আছে৷ বিজেপিয়ে দুৰ্নীতিৰ কথা কয় সেই দলেই বৰ্তমান ধনী৷ হিমন্ত, ভূৱনেশ্বৰ কলিতা, জ্যোতিৰাদিত্য সিন্ধিয়া সকলো ক্ষমতা লোভী।’’

হিমন্ত আৰু তেওঁলোকক অসমৰ ৰাইজে কিমান সন্মান কৰে এয়া অসমৰ ৰাইজে জানে বুলিও কটাক্ষ কৰে গগৈয়ে।

‘‘মই কতো আত্মসমৰ্পণ কৰা নাই হিমন্তইহে সকলোতে আত্মসমৰ্পণ কৰি আহিছে। এতিয়া ভয়ত বিজেপিত যোগদান কৰিছে৷ হৰ্চট্ৰেডিং কৰিবই হিমন্তৰটো কাম কি৷ কোনোবা গলেহে পাৰিব৷ হৰ্চট্ৰেডিং কৰিলেই হ’ল নেকি৷ সফল নহয় আমিওতো চাম৷ বিজেপিয়ে হৰ্চট্ৰেডিং কৰিবলৈয়েতো তেওঁক লৈ গৈছে,’’ তৰুণ গগৈৰ মন্তব্য।

ভুৱনেশ্বৰ কলিতাক ৰাজ্যসভাৰ টিকট দিয়ে নিদিয়ে সেয়া বিজেপিৰ কথা বুলি উল্লেখ কৰে জেষ্ঠ গগৈয়ে।

ইপিনে, মই বদৰুদ্দিন মুখ্যমন্ত্ৰী হবলৈ নিদিওঁ, অসমৰ যদি বেলেগে পাতে মই কি কৰিম বুলি মত প্ৰকাশ কৰি গগৈয়ে ৱাজেদ আলী আগতেও মন্ত্ৰী আছিল৷ হিমন্তৰ লগত থাকিলে ভাল আছিল৷ অসমত কি সংখ্যালঘু মন্ত্ৰী হব নালাগে নেকি বুলিও প্ৰশ্ন কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd