• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে দৰ্জী খাণ্ডু সভা কেন্দ্ৰ-সচিবালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 2:37 pm
namo.png
98
VIEWS
Share on FacebookShare on Twitter

এদিনীয়া ভ্ৰমণসূচীৰে আজি অৰুণাচলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটানগৰত দৰ্জী খাণ্ডু ৰাজ্যিক সভা কেন্দ্ৰ আৰু সচিবালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে আদি কৰি অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থকা সভা এখন সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়: নতুন সচিবালয় ভৱনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় থাকিব। ইয়াৰ ফলত প্ৰদেশখনৰ দুৰ্গম ঠাইৰ পৰা বিভিন্ন কামত অহা লোকসকলৰ সুবিধা হ’ব।

একেটা ভৱনতে সকলো উপলদ্ধ হোৱাৰ ফলত গাঁৱবাসীয়ে এতিয়া আৰু ঘূৰি ফুৰাৰ প্ৰয়োজন নাথাকিব বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আনহাতে সভা কেন্দ্ৰটো মুকলি কৰি তেওঁ লগতে কয় যে ই কেৱল এটা অট্ৰালিকা নহয়, ই হৈছে এটা স্পন্দন কেন্দ্ৰ। যিটোৱে প্ৰদেশখনৰ ভৱিষ্যৎ আকাংক্ষাক তুলি ধৰিব।

উল্লেখ্য যে চীনৰ সৈতে দোকলামক লৈ হোৱা সংঘাতৰ পাছত এয়াই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্রথমটো অৰুণাচল ভ্ৰমণ।

উল্লেখ্য যে নিজৰ ভাষণত মোডীয়ে ঘাইকৈ বাজেটত ঘোষণা কৰা ‘আয়ুস্মান ভাৰত স্বাস্থ্য আঁচনি’ৰ বিভিন্ন সুবিধাৰ বিষয়ে ব্যখ্যা কৰাৰ উপৰি নাহৰলাগুন-নতুন দিল্লী ৰেলখন প্ৰতি সপ্তাহত দুবাৰকৈ চলিব বুলি ঘোষণা কৰে।তেওঁ লগতে এই ৰেলখনৰ নাম অৰুণাচল প্ৰদেশ এক্সপ্ৰেছ হ’ব বুলিও প্ৰকাশ কৰে।

অৰুণাচলৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত মোডীয়ে ত্ৰিপুৰালৈ ৰাওনা হ’ব।তাত ১৮ ফেব্ৰুৱাৰিত আগৰতলা আৰু শান্তিৰবজাৰত দুখনকৈ জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Recent News

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd