• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল; ক’ৰ’না ভাইৰাছতকৈ বিপদজনক বিজেপিৰ সাম্প্ৰদায়িক ভাইৰাছ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2020 2:35 pm
index.jpg1

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদ মেলৰ দৃশ্য

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিছপুৰস্থিত চৰকাৰী আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, আমাৰ সংবিধানৰ ওপৰত বিশ্বাস আছে।

Apply Now

আমি এক হোৱাৰ সময় এতিয়া। ভাৰতত ক’ৰ’না ভাইৰাছত কৈ বিপদজনক ভাইৰাছ হৈছে সাম্প্ৰদায়িক ভাইৰাছ। মোদী আৰু অমিত শ্বাহৰ ভাইৰাছ আমি ওফৰাব লাগিব, অসমৰ হিমন্ত সৰ্বাৰ ভাইৰাছকক ওফৰাব লাগিব।

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ লগত হোৱা মিত্ৰাক বিজেপিয়ে ৰাজনৈতিক মাইলেজ ল’ব খোজাৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি এআইয়ুডিএফৰ লগত এক হোৱাত বিজেপিয়ে বহু সমালোচনা কৰিছে। বিজেপিয়ে আগতে আজমলৰ লগত হাত মিলাইছিল, আমি দেৰিকৈ মিলাইছো। বিদেশী বিজেপিয়ে আনি আছে আজমলে অনা নাই।

কেৱল এআইয়ুডিএফৰ লগত  নহয় আন দল-সংগঠন আৰু ৰাজনৈতিক দলৰ লগত আছো বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

২০০৬ চনত ‘হু ইজ বদৰুদ্দিন’ কৈ মই উজনি অসমত পৰাজয় হৈছিলো বুলিও কয় তৰুণ গগৈয়ে।

যদি আছুৱে ৰাজনৈতিক দল খুলে তেওঁলোকৰ লগত আমি থাকিম। কা বিৰোধিতা কৰাসকলৰ লগত কংগ্ৰেছ আছে।

মন্ত্ৰী হিমন্তৰ সন্দৰ্ভত তেওঁ কয়, মোক যেনেকৈ ঠগি গৈছে, কিছুদিন পিছত মোদীকো ঠগিব। হিমন্ত বিশ্ব শৰ্মা তোষামোদ কৰাত পাৰ্গত। এতিয়া দিনে ৰাতিয়ে সর্বা ভাল ভাল বুলি কৈ আছে। হিমন্তই সৰ্বানন্দক লেং মাৰিব,  মোক যেনেকৈ আগতে লেং মাৰিছিল।

সাৰদা কেলেংকাৰী মোক সুধি কৰিছিল নেকি হিমন্তই বুলিও প্ৰশ্ন কৰে।

সকলো কংগ্ৰেছত থাকিব কোনো নাযায়, মইও নাযাওঁ, অযন্তা নেওগ নাযায়।

মই বাৰু টিকট দিছিলো, কিন্তু গৌৰৱ গগৈক এতিয়া সমগ্ৰ ভাৰতে চিনি পায়।

সংবাদ মেলত তৰুণ গগৈয়ে এক ৰাজনৈতিক বিস্ফোৰণ ঘটাই কয় যে প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে কংগ্ৰেছত যোগদান কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিছে।

পুৰণা বিজেপিক টিকট নিদিলে।প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে মোৰ লগত ফোনত যোগাযোগ কৰিছে। তেওঁ কংগ্রেছত  যোগদান কৰাৰ সম্ভাৱনা আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am
যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd