• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিআৰ চুক্তি স্বাক্ষৰ কৰি প্ৰমোদ বড়োৱে বড়ো জনগোষ্ঠী প্ৰতাৰণা কৰিলে; চণ্ডী বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 16, 2020 8:19 am
2IMG_20200315_150752
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে অহৰহ সংগ্ৰাম অব্যাহত ৰখা প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ জৰিয়তে পৃথক বড়ো ৰাজ্যৰ দাবী বাদ দি বড়ো জাতিক চৰম প্ৰতাৰণা কৰিলে। এই ভাষ্য ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীৰ।

আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আয়োজিত সভাত দলৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীয়ে এই মন্তব্য আগবঢ়ায় ।

গয়বাৰী ব্লক বিপিএফৰ সভাপতি খামফা ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । সভাখনত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও ভাষণ ৰাখে । বিটিচি গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিএডি অঞ্চলৰ বাবে বিপিএফ দলে কৰা উন্নয়নমূলক কাম কাজৰ এক খতিয়ান দাঙি ধৰে সাংসদগৰাকীয়ে।

এই সভাতে গোপীনাথ ব্ৰহ্মক সভাপতি আৰু জমিৰুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ গয়বাৰী ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয় ।

ইপিনে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক আছুতীয়া বাৰ্তালাপত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ গঠন হব বিটিচি পৰিষদ।

আগন্তুক  বিটিচি নিৰ্বাচনত বিপিএফ দলে কিমান আসন লাভ কৰিব বুলি সোধাত দৈমাৰীয়ে কয় যে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত ৩০ খন আসন লাভ কৰি বিপিএফে চৰকাৰ গঠন কৰিব বুলি কৈ আহিছে।

বিপিএফ দলৰ যি উন্নয়নমূলক কাম কাজ তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু  পুনৰ বিপিএফ দলকেই ৰাইজে ভোট দি বিটিচি পৰিষদ গঠনৰ বাবে সুবিধা প্ৰদান কৰিব।

বিজেপি দলে ৪০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় যে বিপিএফ দলৰ প্ৰতি আকৃষ্ট বিজেপি দল।

বিজেপি নেতা জয়ন্তমল্ল বুজৰবৰুৱাই ধমধমাত বিজেপিৰ বাবে বিপিএফ প্ৰধান শত্ৰু বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত দৈমাৰীয়ে কয়  তেওঁ কি প্ৰসংগত কৈছে মই নাজানো । নিৰ্বাচনত এটা পক্ষই আন এটা বিপৰীত পক্ষক শত্ৰু বুলি ভাবে। যদি আমাৰ সম্মুখত কোনোবাই শত্ৰু হিচাপে থিয় দিয়ে তেন্তে আমাৰো বন্ধু হিচাপে কোনো কথা নাথাকিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd